নিউজ ডেস্ক,25 ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ই-স্কুটাৰ চলাই প্ৰতিবাদ সাব্যস্ত কৰে । বৰ্তমান সমগ্ৰ দেশত পেট্ৰ’ল ,ডিজেলৰ মূল্য অত্যাধিক হাৰত বৃদ্ধি পাইছে । এই মূল্যবৃদ্ধিৰ বিৰোধিতা কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।
মূল্যবৃদ্ধিৰ বিৰুদ্ধে মমতা বেনাৰ্জীৰ ই-স্কুটাৰ চলায় প্ৰতিবাদ
মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যিক সচিবালয় 'নাবান্না' পৰা হাজৰা মোৰৰলৈকে স্কুটাৰ চলাই গৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷
ইন্ধনৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে মমতা বেনাৰ্জীৰ ই-স্কুটী চলায় প্ৰতিবাদ
উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যিক সচিবালয় 'নাবান্না'ৰ পৰা হাজৰা মোৰৰলৈকে স্কুটাৰ চলাই যায় কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ মমতা বেনাৰ্জীক সংগ দিয়ে এই কাযৰ্সূচীত পশ্চিমবংগৰ পৌৰ নিগম আৰু নগৰ উন্নয়নৰ দায়িত্বত থকা মন্ত্ৰী জনব ফিৰহাদ হকীমে ।
লগতে পঢ়কঃ বৰক্ষেত্ৰীত জীৱিকা সখীলৈ স্কুটী প্ৰদান