অসম

assam

ETV Bharat / bharat

চেন্নাইত গছ বাগৰি নিহত এজন লোক

বৃহস্পতিবাৰে চেন্নাইৰ বিবেকানন্দ হাউছৰ সমীপত থকা এডাল গছ হঠাতে উঘালি পথেৰে গৈ থকা এজন লোকৰ গাত বাগৰি পৰে ৷ আঘাতপ্ৰাপ্ত লোকজনক হাস্পতাললৈ লৈ যোৱা হয় অৱশেষত মৃত্যু হয় লোকজন ৷

By

Published : Nov 26, 2020, 1:52 PM IST

Chennai man dies after tree falls on him
চেন্নাইত গছ বাগৰি নিহত এজন লোক

নিউজ ডেস্ক,26 নৱেম্বৰ: তামিলনাডুৰ চেন্নাইত বৃহস্পতিবাৰে মেৰীণা তীৰৰ সমীপত থকা বিবেকানন্দ হাউছৰ ওচৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷

চেন্নাইত গছ বাগৰি নিহত এজন লোক

বিবেকানন্দ হাউছৰ সমীপত থকা এডাল গছ হঠাতে উঘালি পথেৰে গৈ থকা এজন লোকৰ গাত বাগৰি পৰে ৷ সমগ্ৰ ঘটনা পথত থকা চিচিটিভি কেমেৰাত বন্দী হৈছে ৷ ইয়াৰ পাচতে আঘাতপ্ৰাপ্ত লোকজনক হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে লোকজন মৃত বুলি ঘোষণা কৰে ৷

লগতে পঢ়ক :চিকিৎসকৰ গাফিলতিঃ অস্ত্ৰোপচাৰৰ পাচতো মহিলাৰ পেটত বেণ্ডেজ

ABOUT THE AUTHOR

...view details