নেশ্যনেল ডেস্ক, 18 জানুৱাৰী : ক'ভিড টীকাকৰণৰ 24 ঘন্টা পাচত প্ৰাণ হেৰুৱালে এজন ৱাৰ্ড বয়ে ৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মোৰাদাবাদত ৷ মৃত ৱাৰ্ড বয়জনৰ নাম মহিপাল ৷
মহিপালৰ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, ক'ভিডৰ টীকাকৰণ লাভৰ পাচতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু দেওবাৰে সন্ধিয়া ভাগত তেওঁৰ মৃত্যু হয় ৷