ETV Bharat / bharat
HP Election 2022 : 65.92% ভোটদানেৰে সম্পন্ন হ’ল হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন - Himachal Pradesh polling 2022
অৱশেষত অন্ত পৰিল হিমাচল প্ৰদেশত ভোটগ্ৰহণ প্ৰক্ৰিয়া (HP Election 2022) ৷ শনিবাৰে পুৱা 8 বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি 5 বজাত অন্ত পৰে (Himachal Pradesh polling 2022) ৷ বিয়লি 5 বজালৈকে 65.92 শতাংশ ভোটদান সম্পন্ন হৈছে ৰাজ্যখনত ৷
65.92% ভোটদানেৰে সম্পন্ন হ’ল হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন
By
Published : Nov 12, 2022, 6:35 PM IST
| Updated : Nov 12, 2022, 8:03 PM IST
- অন্ত পৰিল হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া
- বিয়লি 5 বজালৈকে 65.92 শতাংশ ভোটদান সম্পন্ন হৈছে (Voting conclude of HP Election 2022)
- ৰাজ্যখনৰ 68 খন আসনৰ বাবে (68 Seats of Himachal election 2022) 412 গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিল
- ৰাজ্যখনত 7881 টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া চলিছিল
- শনিবাৰে পুৱা 8 বজাৰ পৰা হোৱা হিমাচল প্ৰদেশত চতুৰ্দশ বিধানসভা নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি 5 বজাত অন্ত পৰে
Last Updated : Nov 12, 2022, 8:03 PM IST