ETV Bharat / bharat
Vijayapura Siddeswara Swamiji is no more : বিজয়পুৰ জ্ঞানযোগশ্ৰমৰ সিদ্ধেশ্বৰ মহাস্বামীৰ দেহাৱসান - সিদ্ধেশ্বৰ মহাস্বামী আৰু নাই
বিজয়পুৰ জ্ঞানযোগশ্ৰমৰ সিদ্ধেশ্বৰ মহাস্বামীৰ দেহাৱসান (Vijayapura Siddeswara Swamiji is no more)৷ সোমবাৰে বিয়লি 6:05 বজাত শেষ নিশ্বাস ত্যাগ কৰে সিদ্ধেশ্বৰ মহাস্বামীয়ে ৷ জিলা উপায়ুক্তগৰাকীয়ে উল্লেখ কৰা মতে মঙলবাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব স্বামীজীৰ ৷
![Vijayapura Siddeswara Swamiji is no more : বিজয়পুৰ জ্ঞানযোগশ্ৰমৰ সিদ্ধেশ্বৰ মহাস্বামীৰ দেহাৱসান Vijayapura Siddeswara Swamiji is more](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-17380123-thumbnail-3x2-krj.jpg)
সিদ্ধেশ্বৰ মহাস্বামী আৰু নাই
By
Published : Jan 2, 2023, 11:02 PM IST
| Updated : Jan 5, 2023, 2:32 PM IST
- বিজয়পুৰ জ্ঞানযোগশ্ৰমৰ সিদ্ধেশ্বৰ মহাস্বামী আৰু নাই (Vijayapura Siddeswara Swamiji is no more)
- সোমবাৰে বিয়লি 6:05 বজাত দেহাৱসান ঘটে সিদ্ধেশ্বৰ মহাস্বামীৰ (Vijayapura Siddeswara Swamiji passes away)
- মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 81 বছৰ
- কৰ্ণাটকৰ বিজয়াপুৰ জিলাৰ টিকোটা তালুকৰ বিজ্জাৰাগী গাঁৱত জন্মগ্ৰহণ কৰা সিদ্ধেশ্বৰ মহাস্বামীজীৰ প্ৰকৃত নাম বিবেকানন্দ
- কাইলৈ অৰ্থাৎ মঙলবাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব স্বামীজীৰ
- এই কথা উল্লেখ কৰে জিলা উপায়ুক্তগৰাকীয়ে
Last Updated : Jan 5, 2023, 2:32 PM IST