অসম

assam

কৰ'ণাত আক্ৰান্ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ

যোগী আদিত্যনাথৰ অ'এছডি অভিষেক কৌশিককে ধৰি কিছুমান বিষয়া কৰ'ণাত আক্ৰান্ত হৈছিল । বিষয়াসকল তেওঁৰ সংস্পৰ্শলৈ আহিছিল । তাৰ পিছতে তেওঁ পৰীক্ষা কৰিছিল । ক'ভিড পজিটিভ ফলাফল অহাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকীয়ে হোম আইচলেছনত আছে আৰু সকলো সাৱধানতা অৱলম্বন কৰিছে ।

By

Published : Apr 14, 2021, 2:08 PM IST

Published : Apr 14, 2021, 2:08 PM IST

কৰ'ণাত আক্ৰান্ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ
কৰ'ণাত আক্ৰান্ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ

নেশ্যনেল ডেস্ক,১৪ এপ্ৰিল:কৰ'ণাত আক্ৰান্ত হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ । মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটযোগে তেওঁ কৰ'ণাত আক্ৰান্ত হোৱাৰ কথা স্পষ্ট কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে শেহতীয়াকৈ তেওঁৰ কাৰ্যালয়ৰ কেইবাগৰাকী বিষয়া কৰ'ণাত আক্ৰান্ত হৈছে ।

জানিব পৰা মতে যোগী আদিত্যনাথৰ অ'এছডি অভিষেক কৌশিককে ধৰি কিছুমান বিষয়া কৰ'ণাত আক্ৰান্ত হৈছিল । বিষয়াসকল তেওঁৰ সংস্পৰ্শলৈ আহিছিল । তাৰ পিছতে তেওঁ পৰীক্ষা কৰিছিল । ক'ভিড পজিটিভ ফলাফল অহাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকীয়ে হোম আইচলেছনত আছে আৰু সকলো সাৱধানতা অৱলম্বন কৰিছে ।

লগতে পঢ়ক:CBSE পৰীক্ষা : শিক্ষামন্ত্ৰীৰে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী

ABOUT THE AUTHOR

...view details