নিউজ ডেস্ক,8 এপ্ৰিলঃ ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মা কভিড-19 আক্ৰান্ত ৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ ক’ৰণাত আক্ৰান্ত হোৱাৰ পিছতে বৃহস্পতিবাৰে উপ- মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই ক’ভিড-19 ৰ পৰীক্ষা কৰাত তেঁওৰ দেহটো ক’ভিড-19 পজিটিভ ধৰা পৰে ৷
ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী ক’ভিড-19ত আক্ৰান্ত - বিপ্লব কুমাৰ দেৱ
সামাজিক মাধ্যমৰ জৰিয়তে এই কথা সদৰি কৰে উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে তেঁও উল্লেখ কৰে যে মই ক’ভিড -19 আক্ৰান্ত হৈছো আৰু নিজ ঘৰতে হ’ম কোৱাৰেন্টাইনত আছো ৷ গতিকে সকলোৱে আহক সাবধনতা অৱলম্বন কৰি সুৰক্ষিত হৈ থাকো বুলি সামাজিক মাধ্যমত প’ষ্ট কৰা পৰিলক্ষিত হয় ৷
![ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী ক’ভিড-19ত আক্ৰান্ত ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী ক’ভিড-19ত আক্ৰান্ত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11331661-592-11331661-1617892421391.jpg)
ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী ক’ভিড-19ত আক্ৰান্ত
সামাজিক মাধ্যমৰ জৰিয়তে এই কথা সদৰি কৰে উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে তেঁও উল্লেখ কৰে যে মই ক’ভিড-19ত আক্ৰান্ত হৈছো আৰু নিজ ঘৰতে হ’ম কোৱাৰেন্টাইনত আছো ৷ গতিকে সকলোৱে আঁহক সাবধনতা অৱলম্বন কৰি সুৰক্ষিত হৈ থাকো বুলি সামাজিক মাধ্যমত প’ষ্ট কৰা পৰিলক্ষিত হয় ৷
লগতে পঢ়কঃজীৱনশৈলী সলনি কৰিব পাৰিলেই নিয়ন্ত্ৰণ কৰিব পাৰিব মেদবহুলতা : বিশেষজ্ঞ