অসম

assam

ETV Bharat / bharat

ৰাইজক ক‘ভিড প্ৰট‘কল মানি চলিবলৈ আহ্বান ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ - জনজাতি অঞ্চল স্বায়ত্বশাসিত জিলা পৰিষদ

ত্ৰিপুৰাৰ জনজাতি অঞ্চল স্বায়ত্বশাসিত জিলা পৰিষদৰ নিৰ্বাচনত পুনৰ এবাৰ ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পচন্দ কৰিব ৷ এই মন্তব্য কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ৷ তেওঁ কয় যে, ত্ৰিপুৰাৰ জনতা বিজেপি আৰু আইপিএফটি মিত্ৰজোঁটৰ সৈতে আছে ৷

Tripura_CM on covid situation
ৰাইজক ক‘ভিড প্ৰট‘কল মানি চলিবলৈ আহ্বান ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

By

Published : Apr 2, 2021, 10:49 PM IST

আগৰতলা, 2 এপ্ৰিল : ত্ৰিপুৰাৰ জনজাতি অঞ্চল স্বায়ত্বশাসিত জিলা পৰিষদৰ নিৰ্বাচনত পুনৰ এবাৰ ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পচন্দ কৰিব ৷ এই মন্তব্য কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ৷ তেওঁ কয় যে, ত্ৰিপুৰাৰ জনতা বিজেপি আৰু আইপিএফটি মিত্ৰজোঁটৰ সৈতে আছে ৷

আনহাতে সাম্প্ৰতিক কৰ‘ণা পৰিস্থিতি সন্দৰ্ভত কৰা প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, আমি সকলোৱে ৰাজহুৱা স্থানত ক‘ভিড প্ৰটকল মানি চলিব লাগে ৷ তেওঁ লগতে ত্ৰিপুৰাত চলি থকা কৰ‘ণাৰ প্ৰতিষেধক প্ৰদানৰ কাম ক্ৰমান্বৱে অব্যাহত আছে ৷

লগতে পঢ়ক: পৰৱৰ্তী ৪৮ ঘণ্টালৈ নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই

ABOUT THE AUTHOR

...view details