অসম

assam

By

Published : Apr 1, 2021, 6:58 PM IST

ETV Bharat / bharat

কেৰালা নিৰ্বাচনত তৃতীয় লিংগৰ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

কেৰালা নিৰ্বাচনত তৃতীয় লিংগৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । ৰাজ্যখনৰ ভেংগাৰা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা অনন্যা কুমাৰী এলেক্স কেৰালাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰথমগৰাকী আৰ জে তৃতীয় লিংগৰ প্ৰাৰ্থী । ডেমক্ৰেটিক ছচিয়েল জাষ্ট পাৰ্টীৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে অনন্যা কুমাৰী এলেক্সে ।

কেৰালা নিৰ্বাচনত তৃতীয় লিংগৰ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা
কেৰালা নিৰ্বাচনত তৃতীয় লিংগৰ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

নেশ্যনেল ডেস্ক,১ এপ্ৰিল: কেৰালা নিৰ্বাচনত তৃতীয় লিংগৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । ৰাজ্যখনৰ ভেংগাৰা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা অনন্যা কুমাৰী এলেক্স কেৰালাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰথমগৰাকী আৰ জে তৃতীয় লিংগৰ প্ৰাৰ্থী । ডেমক্ৰেটিক ছ’চিয়েল জাষ্ট পাৰ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে অনন্যা কুমাৰী এলেক্সে ।

বিজয় বা পৰাজয় অনন্যাৰ মনত নাই । তেওঁ নিৰ্বাচনত তৃতীয় লিংগৰ সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিব বিচাৰে বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে । তেওঁ লগতে কয় যে ৰাজনীতিত প্ৰৱেশ কৰাৰ একমাত্ৰ উদ্দেশ্য হৈছে তৃতীয় লিংগৰ সম্প্ৰদায়ৰ জন প্ৰতিনিধি হোৱা ৷ যদি তেওঁ জয়ী হয় তেন্তে সমাজত তৃতীয় লিংগৰ লোকসকলৰ বাবে কাম কৰিব বিচাৰে ।

লগতে পঢ়ক: 50 বৰ্ষীয় মহিলাক ধৰ্ষণ কৰি হত্যা

ABOUT THE AUTHOR

...view details