অসম

assam

ETV Bharat / bharat

Cheap AC for Summer: 3 হাজাৰতকৈও কম মূল্যত উপলব্ধ এইসমূহ AC, নিমিষতে শীতল কৰিব আপোনাৰ কোঠা - low price AC

যদি আপুনি গ্ৰীষ্মকালত শীতল হৈ থকাৰ নতুন উপায় বিচাৰিছে, তেন্তে আপোনাৰ বাবে উপলব্ধ আছে বহুতো বিকল্প । কম খৰচতে এইসমূহ পর্টেবল AC অনলাইনযোগে ক্ৰয় কৰক...

These powerful ACs come in less than rupees 3 thousand will cool the room
3 হাজাৰতকৈও কম মূল্যত উপলব্ধ এইসমূহ AC, নিমিষতে শীতল কৰিব আপোনাৰ কোঠা

By

Published : Apr 27, 2023, 8:49 PM IST

যদি আপুনি গৰমৰ দিনত ছানষ্ট্ৰ’ক আৰু ঘামচিৰ পৰা আঁতৰি থাকিব বিচাৰে, তেন্তে বজাৰত আপোনাৰ বাবে কুলাৰ আৰু এচিৰ দৰে বহুতো বিকল্প আছে । কুলাৰ আৰু এচিয়ে গ্ৰীষ্মকালত সকাহ দিয়ে কিন্তু অধিক টকা খৰছ কৰিব নোৱাৰা বহুলোক আছে, তেনে লোকে কেৱল ফেন ব্যৱহাৰ কৰে । কিন্তু অত্যধিক গৰমৰ ফলত ফেনেও কাম কৰিব নোৱাৰে । কিন্তু এনে বহু সৰু এচি বজাৰত বিক্ৰী হয়, যাৰ দাম ৫ হাজাৰ টকাতকৈও কম (Cheap AC for Summer)। এনে সস্তা পৰ্টেবল এচিৰ বিষয়ে জানো আহক-

One94Store Portable Air Conditioner: আমাজনত এই ACৰ দাম ২,১৯৯ টকা । বিশেষ কথাটো হ’ল প্ৰতি গ্ৰাহকে EMIত মাত্ৰ ১০৭ টকাত ঘৰলৈ আনিব পাৰিব এই এয়াৰ কণ্ডিচনাৰ । যদি আমি ৰিভিউ চাবলৈ যাও তেন্তে বহুলোকে কয় যে, এই এচি ফেন খুবেই ভাল, যিটো গ্ৰীষ্মকালত যিকোনো ঠাইলৈ লৈ যাব পাৰি । ইয়াত ৫০০ মিলিলিটাৰ পানীৰ টেংক দিয়া হৈছে । লগতে ভাল কথাটো হ’ল ইয়াক ইউএছবি পাৰ্চনেল কুলাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি (low price AC) । ইয়াৰ উপৰিও ই মিনি হিউমিডিফায়াৰ হৈ পৰে । ইয়াৰ সৈতে ৭টা ৰঙৰ LED আছে, আৰু লগতে আছে এটা টাইমাৰ (Cheap AC in Amazon)।

Cupex Portable Air Conditioner:আমাজনত এই এচিৰ দাম ২,৪৯৯ টকা । ইয়াত কাৰ্টিজ মেটেৰিয়েল, আৰু ফেন মটৰ আছে, যিয়ে শীতলতা প্ৰদান কৰে । ই গ্ৰীষ্মকালত বতাহ ঠাণ্ডা কৰি শুকান বতাহ আৰ্দ্ৰতালৈ ৰূপান্তৰিত কৰে । ইয়াতো পানী ভৰোৱাৰ বাবে এটা পানীৰ টেংক দিয়া হৈছে (Cooler in Amazon) ।

Auslese Portable Table Top Air Conditioner: এই এচি ফেনটো আমাজনত ২,২৮০ টকাত উপলব্ধ । এইটো এটা 4 ইন 1 পৰ্টেবল এয়াৰ কণ্ডিচনাৰ । ইয়াত ফেনৰ লগতে হিউমিডিফায়াৰ আৰু এল ই ডি নাইট লাইটো উপলব্ধ । Auslese পৰ্টেবল টেবুল টপ এয়াৰ কণ্ডিচনাৰ এটা উচ্চ গতিৰ ঠাণ্ড বতাহ প্ৰদান কৰে । ইয়াৰ শব্দ কম হয়, আৰু ইয়াৰ দ্বাৰা চাৰিওফালৰ উষ্ণতাও কম হয় ।

লগতে পঢ়ক:Amazon Prime Video: এতিয়াৰে পৰা আপুনি Prime Videoৰ বাবে পৰিশোধ কৰিব লাগিব অধিক ধন

ABOUT THE AUTHOR

...view details