নতুন দিল্লী, 24 জুন:দেশজুৰি আলোড়নৰ সৃষ্টি কৰা গুজৰাটৰ সাম্প্ৰদায়িক সংৰ্ঘষত নাম সাঙোৰ খোৱা সেইসময়ৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ক্লিন চিট উচ্চতম ন্যায়ালয়ৰ (Supreme Court given Clean seat to Narendra Modi) ৷ ২০০২ চনৰ গুজৰাট সাম্প্ৰদায়িক সংৰ্ঘষত গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীক ক্লিন চিট দিছিল বিশেষ অনুসন্ধানকাৰী দলে (SIT) ৷
উল্লেখ্য যে, এছ আই টিৰ উক্ত প্ৰতিবেদনৰ বিৰুদ্ধে জাকিয়া জাফৰিয়ে দাখিল কৰিছিল আবেদন (Zakia jafri) ৷ গুজৰাটৰ সাম্প্ৰদায়িক সংৰ্ঘষত মৃত্যু হৈছিল জাকিয়া জাফৰিৰ স্বামী তথা প্ৰাক্তন সাংসদ আহচান জাফৰীৰ ৷