অসম

assam

ETV Bharat / bharat

ক'ভিড প্ৰটক'ল ভংগ কৰা 36 গৰাকী বিদেশীক মুকলি - বিদেশী নাগৰিক

মঙলবাৰে আদালতে 14 খন দেশৰ 36 জন বিদেশী নাগৰিকক মুকলি কৰে ৷ যিকেইজনক মাৰ্চত দিল্লীৰ তৱলীগি জামতত ক'ভিড সম্পৰ্কীয় নিৰ্দেশনা অৱমাননা কৰাৰ বাবে আটক কৰা হৈছিল ।

Remaining foreign Jamaatis cleared of charges of defying Covid-19 rules
ক'ভিড প্ৰটক'ল ভংগ কৰা 36 গৰাকী বিদেশীক মুকলি

By

Published : Dec 15, 2020, 10:31 PM IST

নিউজ ডেস্ক, 15 ডিচেম্বৰ : মঙলবাৰে আদালতে 14 খন দেশৰ 36 জন বিদেশী নাগৰিকক মুকলি কৰে ৷ যিকেইজনক মাৰ্চত দিল্লীৰ তৱলীগি জামতত ক'ভিড সম্পৰ্কীয় নিৰ্দেশনা অৱমাননা কৰাৰ বাবে আটক কৰা হৈছিল । মুখ্য দণ্ডাধীশ অৰুণ কুমাৰ গাৰ্গে 36 গৰাকী বিদেশীক মুকলি কৰি দিয়ে ৷

আগষ্ট মাহত আদালতে তেওঁলোকৰ বিৰুদ্ধে 144 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল ৷ উল্লেখ্য যে, দিল্লী পুলিচৰ অপৰাধ শাখাই এই গোচৰৰ সৈতে সম্পৰ্কত 900 ৰো অধিক বিদেশী নাগৰিকক আটক কৰিছিল । আটক কৰা 900 ৰ ভিতৰত বহু সংখ্যকে ইতিমধ্যে নিজ দেশলৈ উভতি গৈছিল ৷ শেহতীয়াকৈ 44 গৰাকী নাগৰিক বাকী আছিল যদিও মঙলবাৰে পুনৰ 36 গৰাকীক মুকলি কৰি দিয়ে ৷

লগতে পঢ়ক :ক্ৰীড়াবিদ সাৰংগ বসুমতাৰীয়ে আৰম্ভ কৰিছে ক্ৰীড়া প্ৰশিক্ষণ শিবিৰ

For All Latest Updates

TAGGED:

Covid-19

ABOUT THE AUTHOR

...view details