- শ্বিলঙত হিংসাত্মক পৰিস্থিতি
- শ্বিলং চহৰৰ মাজ মজিয়াত বৃহস্পতিবাৰে সন্ধিয়া সৃষ্টি হয় অগ্নিগৰ্ভা পৰিস্থিতিৰ(Tense situation in Shillong)
- জিৰিকিন্দিঙৰ ঘটনাত নিহত সকলৰক শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই আহিছিল সহস্ৰাধিক জনতা
- হাতে হাতে মমবাতি লৈ ৰাইজ ওলাইছিল ৰাজপথলৈ
- সেই সময়তে উত্তেজিত ৰাইজে আক্ৰমণ কৰে নিৰাপত্তা বাহিনীক(Protesters in Shillong attack security forces)
- শ্বিলঙৰ বাৰিক পইন্টত সংঘটিত হয় এই হিংসাত্মক ঘটনা
- উত্তেজিত জনতাই জ্বলাই দিয়ে মেঘালয় আৰক্ষীৰ তিনিখনকৈ বাহন(protesters set fire to Meghalaya police vehicles )
- এখন চিটিবাছো ভাঙি চুচুৰ্মৈ কৰে ক্ষুব্ধ ৰাইজে
- নিৰাপত্তা বাহিনীলৈ শিল আৰু পেট্ৰ’ল বোমা নিক্ষেপ কৰাত পৰিস্থিতি অধিক জটিল হৈ পৰে
- আৰক্ষীয়ে প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি কন্দুৱা গেছ প্ৰয়োগ কৰে
- অনুৰূপ অৱস্থাৰ সৃষ্টি হয় শ্বিলং চিভিল হাস্পতালৰ সমুখতো