অসম

assam

ETV Bharat / bharat

আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতিক ক’ভিড মুক্ত হোৱাৰ কামনা প্ৰধানমন্ত্ৰী মোদীৰ - এলবাৰ্টো ফাৰ্ণাণ্ডেজ

আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি এলবাৰ্টো ফাৰ্ণাণ্ডেজে ক’ভিড-19ত আক্ৰান্ত হোৱাৰ পাচত তেওঁৰ দ্ৰুত আৰোগ্যৰ কামনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

pm-modi-wishes-argentinas-president-speedy-recovery
আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতিক ক’ভিড মুক্ত হোৱাৰ কামনা প্ৰধানমন্ত্ৰী মোদীৰ

By

Published : Apr 5, 2021, 10:25 AM IST

নেশ্যনেল ডেস্ক,5 এপ্ৰিল :আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি এলবাৰ্টো ফাৰ্ণাণ্ডেজৰ দ্ৰুত আৰোগ্যৰ কামনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ক’ভিড-19ত আক্ৰান্ত হোৱাৰ পাচত টুইটাৰযোগে আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

প্ৰধানমন্ত্ৰী মোদীৰ টুইটৰ প্ৰত্যুত্তৰ হিচাপে তেওঁক ধন্যবাদো জ্ঞাপন কৰে ৰাষ্ট্ৰপতি ফাৰ্ণাণ্ডেজে ৷ লগতে তেওঁ একত্ৰিতভাৱে কাম কৰাৰ কথাও উল্লেখ কৰে ৷

চিএনএনে জনোৱা মতে, ৰাছিয়াৰ দ্বাৰা প্ৰস্তুত কৰা স্পুটনিক ভি ভেকচিন লোৱাৰ দুমাহৰ পাচতে ক’ভিড-19 আক্ৰান্ত হয় আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি গৰাকী ৷ ইয়াৰ পাচতে তেওঁ টুইটেৰে আক্ৰান্তৰ কথা অৱগত কৰে ৷

লগতে পঢ়ক :পৰাজয়ৰ বাবেই 93 সংখ্য়ক নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা ব্যক্তিজন

ABOUT THE AUTHOR

...view details