- আজি মুকলি হ’ল গান্ধীনগৰ-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল(Vande Bharat Express train )
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে মুকলি কৰে বিশেষ ৰে’লখন(Express train between Gandhinagar and Mumbai)
- পুৱা প্ৰায় ১০.৩০ বজাত গান্ধীনগৰ ৰাজধানী ৰে’লৱে ষ্টেচনৰ পৰা ৰে’লখন ফ্লেগ অফ কৰে মোদীয়ে
- কাভাচ প্ৰযুক্তিৰ(Kavach technology)বিশেষ ৰে’লখনে যাত্ৰীক বিমানৰ ভ্ৰমণৰ দৰে অভিজ্ঞতা প্ৰদান কৰিব বুলি জানিব পৰা গৈছে
- ৰে’লখন ৰাইজৰ বাবে মুকলি কৰি গান্ধী নগৰৰ পৰা আহমেদাবাদলৈকে যাত্ৰী হিচাবে যাত্ৰা কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷