নেশ্যনেল ডেস্ক, 5 জানুৱাৰী :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে জ্যেষ্ঠ বিজেপি নেতা মুৰলী মনোহৰ যোশীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷
প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰৰ জৰিয়তে কয়, "মুৰলী মনোহৰ যোশীলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলো ৷ তেওঁ দেশৰ জ্যেষ্ঠ আৰু সন্মানীয় নেতাসকলৰ অন্যতম ৷ গোটেই জীৱনজুৰি তেওঁ দেশৰ বিকাশৰ হকে কাম কৰিছে ৷"