নিউজ ডেস্ক, 21 নৱেম্বৰ :বিগত মাহত প্ৰায় প্ৰতিদিনে পেট্ৰ’ল-ডিজেল(Petrol Diesel Price)ৰ দাম বৃদ্ধি পাইছিল ৷ পৰৱৰ্তী সময়ত কিছু হ্ৰাস পায় এই মূল্য ৷ দেওবাৰৰ দিনটোত এই মূল্য অপৰিৱৰ্তিত হৈ থকা বুলি জানিব পৰা গৈছে ৷
সেই অনুসৰি, দেওবাৰে পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত 103.97 টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত হৈছে 86.29 টকা ৷ উল্লেখ্য যে, শনিবাৰে কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'লত ৫ টকা আৰু ডিজেলত ১০ টকা আবকাৰী শুল্ক হ্ৰাস কৰিছিল ৷