নেশ্যনেল ডেস্ক,28 ফেব্ৰুৱাৰীঃ শনিবাৰে ৰাষ্ট্ৰধৰ্ম সংগঠনৰ দ্বাৰা আয়োজিত ৰামাধী মন্দিৰৰ পুঁজি সমৰ্পণ অভিযানত উপস্থিত থাকে কৰ্ণাটকৰ গৃহমন্ত্ৰী বসৱৰাজ ব’ম্মা ৷
কৰ্ণাটকৰ গৃহমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে, ‘মানুহে ৰাম মন্দিৰ নিৰ্মাণত নিষ্ঠাৰে সহায় কৰি আহিছে ৷ শ্ৰীৰামচন্দ্ৰ এগৰাকী মৰ্যদা সম্পন্ন পুৰুষোত্তম ব্যক্তি ৷ তেওঁৰ জন্ম স্থানত ৰাম মন্দিৰ নিৰ্মাণ কৰাটো আমাৰ ভাগ্য’ ।