অসম

assam

ETV Bharat / bharat

Bus fell in Narmada River : নৰ্মদা নদীত যাত্ৰীবাহী বাছ বাগৰি 12 জনৰ মৃত্যু

নৰ্মদা নদীত দলঙৰ পৰা বাগৰি পৰিল যাত্ৰীবাহী বাছ (Passenger bus fell in Narmada river) ৷ বৰ্তমানলৈকে 12 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ ৷

By

Published : Jul 18, 2022, 12:22 PM IST

Bus fell in Narmada River
Bus fell in Narmada River

নিউজ ডেস্ক, 18 জুলাই : মধ্যপ্ৰদেশৰ ধাৰ জিলাত ভয়ংকৰ দুৰ্ঘটনা ৷ দলঙৰ পৰা নৰ্মদা নদীত বাগৰি পৰিল যাত্ৰীবাহী বাছ ( Passenger bus fell in Narmada river) ৷ খালঘাটত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷ বৰ্তমানলৈকে 8 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ ৷ আহত অৱস্থাত উদ্ধাৰ 15 গৰাকী যাত্ৰীক ৷

অধিক খবৰৰ বাবে অপেক্ষা কৰক...

ABOUT THE AUTHOR

...view details