নিউজ ডেস্ক,20 জানুৱাৰীঃ HBOৰ পৰৰ্ৱতী ছবি The Little Things ৰ কাহিনী আধাৰ হৈছে 1990 চনৰ অপৰাধ জনিত ঘটনা সমূহ ৷ য’ত শীৰ্ষ চৰিত্ৰ অভিনয় কৰিছে একাডেমী বঁটা প্ৰাপক দেনজল ৱাশ্বিংটন,জাৰেড লেটো আৰু ৰামি মালেকে ৷
অস্কাৰ বঁটা প্ৰাপক দেনজল ৱাশ্বিংটন,জাৰেড লেটো আৰু ৰামি মালেক The Little Things ৰ মুখামুখি - HBOৰ পৰৰ্ৱতী ছবি
HBOৰ পৰৰ্ৱতী ছবি The Little Things ৰ কাহিনী আধাৰ হৈছে 1990 চনৰ অপৰাধ জনিত ঘটনা সমূহ ৷

অস্কাৰ বঁটা প্ৰাপক দেনজল ৱাশ্বিংটন,জাৰেড লেটো আৰু ৰামি মালেক The Little Things ৰ মুখামুখি
কাহিনীৰ অনুসৰি তিনিও গৰাকী অভিনেতাই বনাঞ্চলত থকাৰ দৰে অভিনয় কৰিছে ৷ যাৰ ফলত সম্প্ৰতি তেওঁলোকৰ কথা কোৱাৰ ভংগীমা, সাজ- সজ্জা ভিন্ন ধৰণৰ হোৱা দেখা গৈছে ৷
লগতে পঢ়কঃ অসমত বসবাস কৰা বড়ো,আদিবাসী,নেপালী সকলোৱে খিলঞ্জীয়া : মন্ত্রী ৰঞ্জিত দত্ত