অসম

assam

ETV Bharat / bharat

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বামীনাথন আয়োগৰ নিৰ্দেশনা পালন কৰিছে : কেন্দ্ৰীয় কৃষিমন্ত্ৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বামীনাথন আয়োগৰ নিৰ্দেশনা পালন কৰিছে ৷ কৃষক সকলৰ উৎপাদনৰ লগত 50 শতাংশ লাভ জড়িত কৰি কৃষকৰ উৎপাদন বৃদ্ধি কৰিছে ৷ কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে মধ্য প্ৰদেশৰ এখন কৃষক সভাত ভাষণ প্ৰসংগত উক্ত কথা অৱগত কৰে ৷

Oppositions misleading farmers says Tomar at MP kisan rally
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বামীনাথন আয়োগৰ নিৰ্দেশনা পালন কৰিছে: কেন্দ্ৰীয় কৃষিমন্ত্ৰী

By

Published : Dec 16, 2020, 9:14 PM IST

নিউজ ডেস্ক, 16 ডিচেম্বৰ :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বামীনাথন আয়োগৰ নিৰ্দেশনা পালন কৰিছে ৷ কৃষক সকলৰ উৎপাদনৰ লগত 50 শতাংশ লাভ জড়িত কৰি কৃষকৰ উৎপাদন বৃদ্ধি কৰিছে ৷ কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে মধ্য প্ৰদেশৰ এখন কৃষক সভাত ভাষণ প্ৰসংগত এই কথা অৱগত কৰে ৷

উল্লেখ্য যে, স্বামীনাথন আয়োগৰ প্ৰতিবেদন অনুসৰি, কৃষক সকলে 50 শতাংশ লাভৰে এম এছ পি লাভ কৰে ৷ 2006 বৰ্ষতে স্বামীনাথন আয়োগে ইউ পি এ চৰকাৰক কৃষকৰ এম এছ পি 50 শতাংশলৈ বৃদ্ধি কৰাৰ বাবে প্ৰতিবেদন দাখিল কৰিছিল কিন্তু সেই সময়ৰ চৰকাৰে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাছিল ৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰে স্বামীনাথন আয়োগৰ প্ৰতিবেদন অনুসৰি, কৃষকৰ এম এছ পি 50 শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ যিয়ে দেশৰ কৃষকৰ উৎপাদন বৃদ্ধি কৰি কৃষক সকলক লাভান্বিত কৰিব ৷

লগতে পঢ়ক :মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

ABOUT THE AUTHOR

...view details