অসম

assam

ETV Bharat / bharat

মধ্য প্ৰদেশত দুই বাহনৰ মুখামুখি সংঘৰ্ষত নিহত 13 গৰাকী - পুৰণি চাবনী থানাৰ ওচৰত সংঘটিত হৈছে এই ঘটনা

মধ্য প্ৰদেশত ভয়ংকৰ দূৰ্ঘটনাত নিহত 13 জন যাত্ৰী ৷ অ'টো আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষ ৷

মধ্যপ্ৰদেশত ভয়ংকৰ দূৰ্ঘটনাত নিহত 13 জন যাত্ৰী
মধ্যপ্ৰদেশত ভয়ংকৰ দূৰ্ঘটনাত নিহত 13 জন যাত্ৰী

By

Published : Mar 23, 2021, 9:13 AM IST

Updated : Mar 23, 2021, 9:45 AM IST

নেশ্যনেল ডেস্ক, 23 মাৰ্চ :মধ্য প্ৰদেশৰ গোৱালিয়ৰত আজি পুৱাৰ ভাগত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় ৷ অ'টো আৰু বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত 13 জনকৈ লোকৰ প্ৰাণহানি ৷

মধ্যপ্ৰদেশত ভয়ংকৰ দূৰ্ঘটনাত নিহত 13 জন যাত্ৰী

পুৰণি চাবনী থানাৰ ওচৰত সংঘটিত হৈছে এই ঘটনা ৷ ঘটনা সংঘটিত হোৱাৰ পাচতে উপস্থিত হয় আৰক্ষীৰ দল ৷

নিহত সকলৰ ভিতৰত 12 গৰাকী মহিলা আৰু অ'টো খনৰ চালক জন আছিল ৷

লগতে পঢ়ক :ত্ৰিপুৰাত কৰনা’ত আক্ৰান্ত হৈ এজনৰ মৃত্যু

Last Updated : Mar 23, 2021, 9:45 AM IST

ABOUT THE AUTHOR

...view details