অসম

assam

ETV Bharat / bharat

Money laundering case: অনিল দেশমুখৰ নাগৰপুৰৰ বাসগৃত চি বি আইৰ অভিযান

সোমাবাৰে মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখৰ নাগপুৰস্থিত বাসগৃহত অভিযান চলালে চি বি আইয়ে ৷ মানি লণ্ডাৰিং ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত চলোৱা হয় এই অভিযান ৷

Money laundering case: CBI team reaches Anil Deshmukh's residence in Nagpur
মানি লণ্ডাৰিং ঘটনা : অনিল দেশমুখৰ নাগৰপুৰৰ বাসগৃত চি বি আইৰ অভিযান

By

Published : Oct 11, 2021, 6:12 PM IST

নেশ্যনেল ডেস্ক, 11 অক্টোবৰ :সোমবাৰে মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখৰ নাগপুৰস্থিত বাসগৃহত অভিযান চলায় চি বি আইয়ে ৷ মানি লণ্ডাৰিঙৰ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহতে চি বি আইয়ে এই অভিযান চলায় ৷ 6 অক্টোবৰত মহাৰাষ্ট্ৰৰ উপ গৃহ সচিব কৈলাশ গাইকৌডে এনফৰ্চমেন্ট ডাইৰেক্টৰৰ আগত হাজিৰ হৈছিল ৷

EDয়ে দেশমুখৰ বিৰুদ্ধে মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ (পিএমএলএ) অধীনত মানি লণ্ডাৰিঙৰ গোচৰৰ তদন্ত কৰি আছে । এই লৈ দেশমুখ আৰু আনসকলৰ বিৰুদ্ধে চিবিআইৰ দ্বাৰা দাখিল কৰা দুৰ্নীতিৰ গোচৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰিছিল ।

লগতে পঢ়ক :বিজেপি নেতা তথা উত্তৰাখণ্ডৰ মন্ত্ৰী যশপাল আৰ্য আৰু তেওঁৰ পুত্ৰৰ কংগ্ৰেছত যোগদান

ABOUT THE AUTHOR

...view details