অসম

assam

ETV Bharat / bharat

মিজোৰামত বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ

মিজোৰামৰ আইন মন্ত্ৰী টিজে লালনটুনলুঙ্গাই জ্বলাই নষ্ট কৰে জব্দকৃত নিচাজাতীয় ঔষধখিনি ।

By

Published : Dec 17, 2020, 7:54 PM IST

মিজোৰামত বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ
Mizoram Law Minister incinerates drugs at Champhai

মিজোৰাম, ১৭ ডিচেম্বৰ :মিজোৰামৰ চেম্ফাইত বৃহস্পতিবাৰে আইন মন্ত্ৰী টিজে লালনটুনলুঙ্গাই বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ জ্বলাই নষ্ট কৰে ।মিজোৰাম আৰক্ষীয়ে চেম্ফাইত ড্ৰাগছ প্ৰতিৰোধী আইন ২০২০ৰ অধীনত অভিযান চলাই নিচাজাতীয় ঔষধখিনি জব্দ কৰিছিল ।

মিজোৰামত বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ

আইন মন্ত্ৰীয়ে নষ্ট কৰা ঔষধৰ ভিতৰত আছে ৮৭৭ গ্ৰাম হেৰ'ইন আৰু ৩১১৫.৩ গ্ৰাম ন্যায়ালয়ে অবৈধ ঘোষণা কৰা ঔষধ,৯৬০ গ্ৰাম মেথামেণ্টাইন আৰু ৭২.৬ কেজি অন্যান্য নাৰ্কটিক সংস্থাৰ সৈতে চেম্ফাই আৰক্ষীয়ে জব্দ কৰা নিচাজাতীয় ঔষধ ।

মিজোৰামত বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ

লগতে চাওকঃ তিৱা পৰিষদীয় নিৰ্বাচনৰ ভোট গ্ৰহণৰ মাজতে সংঘাত

ABOUT THE AUTHOR

...view details