অসম

assam

By

Published : Mar 13, 2021, 12:28 PM IST

ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ ডোদাত সন্ত্ৰাসবাদী আটক

জম্মু কাশ্মীৰৰ ডোদাত আটক এজন সন্ত্ৰাসবাদী ৷ সন্ত্ৰাসবাদী জনৰ পৰা মাৰণাস্ত্ৰও জব্দ কৰে সেনাই ৷

Militant arrested in Doda, 3 Chinese pistols, several rounds recovered: Police
জম্মু-কাশ্মীৰৰ ডোদাত সন্ত্ৰাসবাদী আটক

নিউজ ডেস্ক, 13 মাৰ্চ: জম্মু কাশ্মীৰৰ ডোদাত আটক এজন সন্ত্ৰাসবাদী ৷ ভাৰতীয় সেনাৰ 10RR ডোদা, ডোদা আৰক্ষী, এচ.এচ. বিৰ 7 নং বেটেলিয়ন, আৰু চি আৰ পি এফৰ 33 নং বেটেলিয়নে যুটীয়াভাৱে চলাইছিল অভিযান ৷ গুলাম আহমেদ নান্টু নামৰ লোকজনৰ বাসগৃহত চলোৱা এই অভিযানত 3 টা চাইনীজ পিষ্টল, 2 টা মেজগিন, 15 জাঁই সক্ৰীয় গুলি আৰু চাইলেঞ্চাৰ জব্দ কৰা হয় ৷

ABOUT THE AUTHOR

...view details