- পশ্চিম কাৰ্বি আংলং আৰু পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ সীমান্তত সংঘটিত সংঘাতৰ পাচতেই অসম আৰু মেঘালয়ত উত্তেজনা (Tension grips Assam Meghalaya Border)
- অসম আৰক্ষীৰ গুলীত মৃত্যু 5 গৰাকী খাচী লোকৰ
- ইয়াৰ পাচতেই অসমৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মেঘালয়ৰ লোক
- ইতিমধ্যে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কেবিনেট বৈঠক যোগে লৈছে কেইবাটাও সিদ্ধান্ত(Meghalaya govt Cabinet decision)
- কাইলৈ উপ-মুখ্যমন্ত্ৰীসহ মন্ত্ৰীৰ এটা দল যাব ঘটনাস্থলীলৈ
- 24 নৱেম্বৰত এই ঘটনাক লৈ দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব মেঘালয় চৰকাৰৰ এটা দলে
- দিল্লীৰ মানৱ অধিকাৰ আয়োগত এই ঘটনাৰ বিষয়ে দাখিল কৰিব অভিযোগ
- কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ দ্বাৰা এই ঘটনাৰ তদন্তৰ বাবে জনাব আহ্বান
- ঘটনাৰ প্ৰাৰম্ভিক তদন্তৰ বাবে SIT গঠনত কেবিনেটৰ অনুমোদন
- মৃতকৰ পৰিয়ালক প্ৰদান কৰিব এককালীন সাহায্য