নিউজ ডেস্ক, 7 ছেপ্টেম্বৰ: শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে হায়দৰাবাদৰ এক অনুষ্ঠানত (CM Himanta Biswa Sarma in Hyderabad)৷ উক্ত অনুষ্ঠানত সংঘটিত হ’ল অথন্তৰ (Security beach at Assam CM meeting in Hyderabad)৷
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰাৰ পাছতে ভাষণ প্ৰদান কৰে অন্য এজন বিজেপি নেতাই ৷ সেই সময়তে এজন লোক মঞ্চলৈ উঠি আহি ভাষণ প্ৰদান কৰি থকা লোকজনৰ সন্মুখৰ পৰা মাইক্ৰ’ফোন কাঢ়ি লোৱাৰ চেষ্টা কৰে (Man tried snatch mike in Assam CM meeting)৷