অসম

assam

ETV Bharat / bharat

সৱনীত সিঙক গাৰ্ডৱাল ৰাইফলছৰ ৰেজিমেন্টৰ কৰ্ণেলৰ দায়িত্ব অৰ্পন - ব্ৰহ্মাস্ত্ৰ কৰ্পছৰ জেনেৰেল অফিচাৰ কমাণ্ডিং

ব্ৰহ্মাস্ত্ৰ কৰ্পছৰ জেনেৰেল অফিচাৰ কমাণ্ডিং (জিঅ'চি) লেফটেনেণ্ট জেনেৰেল সৱনীত সিঙক গাৰ্ডৱাল ৰাইফলছৰ ৰেজিমেন্টৰ কৰ্ণেলৰ দায়িত্ব অৰ্পন ৷ ভাৰতীয় সেনাই টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে এই কথা ৷

Lt Gen Savneet Singh takes over as Colonel of Garhwal Rifles Regiment
সৱনীত সিঙক গাৰ্ডৱাল ৰাইফলছৰ ৰেজিমেন্টৰ কৰ্ণেলৰ দায়িত্ব অৰ্পন

By

Published : Jan 31, 2021, 10:26 PM IST

নিউজ ডেস্ক,31 জানুৱাৰী: দেওবাৰে গাৰ্ডৱাল ৰাইফলছৰ ৰেজিমেন্টৰ কৰ্ণেল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিলে ব্ৰহ্মাস্ত্ৰ কৰ্পছৰ জেনেৰেল অফিচাৰ কমাণ্ডিং (জিঅ'চি) লেফটেনেণ্ট জেনেৰেল সৱনীত সিঙে ৷ সিঙক তেওঁৰ পূৰ্বসূৰী লেফটেনেণ্ট জেনেৰেল, এছ কে উপাধ্যায়ে ৰেজিমেন্টৰ কৰ্ণেলৰ সম্পূৰ্ণ দায়িত্ব হস্তান্তৰ কৰে ৷ ভাৰতীয় সেনাই প্ৰকাশ কৰিছে এই কথা ৷

উল্লেখ্য যে, দেওবাৰে ভাৰতীয় সেনাই টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে যে,"গাৰৱাল ৰাইফলছৰ ৰেজিমেন্টৰ কৰ্ণেল লেফটেনেণ্ট জেনেৰেল এছ কে উপধ্যায়ে গাৰ্ডৱাল ৰাইফলছৰ ৰেজিমেন্টৰ দায়িত্ব ব্ৰহ্মাস্ত্ৰ কৰ্পছৰ জেনেৰেল অফিচাৰ কমাণ্ডিং (জিঅ'চি) লেফটেনেণ্ট জেনেৰেল সৱনীত সিঙক অৰ্পন কৰে ৷

লগতে পঢ়কঃনিখিল বড়ো ছাত্ৰ সন্থাৰ 53 সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ সামৰণি

ABOUT THE AUTHOR

...view details