অসম

assam

By

Published : Apr 17, 2021, 2:21 PM IST

ETV Bharat / bharat

কৰ'ণাত আক্ৰান্ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰাস্বামীয়ে টুইটযোগে স্পষ্ট কৰে যে তেওঁ কৰ'ণাত আক্ৰান্ত হৈছে । শেহতীয়া কেইদিনমানত তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক ক'ভিডৰ স্বাস্থ্যবিধি পালন কৰি আইচ'লেচনত থাকিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ।

কৰ'ণাত আক্ৰান্ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী
কৰ'ণাত আক্ৰান্ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী

নেশ্যনেল ডেস্ক,১৭ এপ্ৰিল:দেশত কৰ'ণাই পুনৰ ভয়ানক ৰূপ লৈছে । বহু ৰাজনৈতিক নেতাও শেহতীয়াকৈ কৰ'ণাত আক্ৰান্ত হোৱা দেখা গৈছে । এইবাৰ কৰ'ণাত আক্ৰান্ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰাস্বামী ।

টুইটযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰে এই কথা আৰু শেহতীয়া কেইদিনমানত তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক ক'ভিডৰ স্বাস্থ্যবিধি পালন কৰি আইচ'লেচনত থাকিবলৈ আহ্বান জনায় । আনহাতে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰো আক্ৰান্ত হৈছে কৰ’ণাত ৷ টুইটাৰ যোগে এই কথা প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক:ক'ভিড সংক্ৰমণৰ মাজতে পশ্চিমবংগত মোডী আৰু শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details