নেচনেল ডেস্ক, 10 ডিচেম্বৰ: বুধবাৰে জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে নিয়মীয়া তালাচিৰ সময়ত জইছ-ই-মহম্মদৰ এগৰাকী সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে ৷ এটা পিষ্টলৰ লগতে বহুতো আপত্তিজনক সামগ্ৰী সহ আৰক্ষীয়ে বুডগামৰ পৰা সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী তাৰিক আহমেদ ভট ক গ্ৰেপ্তাৰ কৰে ৷
নৱেম্বৰ 30 তাৰিখে জইছ-ই-মহম্মদৰ এগৰাকী সহযোগীৰ পৰা হস্তনিৰ্মিত গ্ৰেণেড আৰু নগদ 3.5 লাখ টকা জব্দ কৰাৰ লগতে জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে কোপৱাৰাৰ পৰা লোকজনক গ্ৰেপ্তাৰ কৰিছিল ৷