নেশ্যনেল ডেস্ক, ৩০ মাৰ্চ: জম্মু-কাশ্মীৰৰ বাৰামুল্লাৰ পৰা আৰক্ষীয়ে আটক কৰিলে ৯ জন লোকক । বাৰামুল্লা আৰক্ষীয়ে প্ৰকাশ কৰা মতে, এই লোককেইজনক ছিৰী বাৰামুল্লাত আৰক্ষীয়ে সন্দেহজনক অৱস্থাত প্ৰত্যক্ষ কৰিছিল । এই লোককেইজনৰ ঘৰ ছ'পিয়ানৰ জৈনাপ'ৰাত ।
জম্মু-কাশ্মীৰত ৯ জন সন্দেহজনক লোকক আটক - জম্মু-কাশ্মীৰ আৰক্ষী
জম্মু-কাশ্মীৰ আৰক্ষীৰ জালত ৯ জন সন্দেহযুক্ত লোক । বাৰামুল্লাত এই লোককেইজনক সন্দেহজনক অৱস্থাত প্ৰত্যক্ষ কৰাৰ পিছতে আৰক্ষীয়ে আটাইকেইজনকে আটক কৰে ।

জম্মু-কাশ্মীৰত ৯ জন সন্দেহজনক লোকক আটক
লোককেইজনৰ বিষয়ে অধিক তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে আটক কৰিছে বুলি জানিবলৈ দিছে । আৰক্ষীয়ে জনোৱা মতে, আইনগতভাৱে তেওঁলোকক পৰামৰ্শ দিয়াৰ লগতে অনুসন্ধান চলোৱা হৈছে ।
লগতে পঢ়ক:কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণত পৌৰ নিগমৰ কাউঞ্চিলৰ আৰক্ষী নিহত