নেশ্যনেল ডেস্ক, ২ এপ্ৰিল: তামিলনাডু বিধান সভা নিৰ্বাচনৰ বাবে মাজত কেইটামান দিন বাকী থকা সময়তে তামিলনাডু বিধান সভাৰ বিৰোধী নেতা মুথুভেল কৰুণানিধি ষ্টালিন (এম কে ষ্টালিন)ৰ জোৱাইৰ বাসভৱনত আয়কৰ বিভাগৰ অভিযান । শুকুৰবাৰে জোৱাই চাবাৰীচনৰ বাসভৱনত আয়কৰ বিভাগে এই অভিযান চলায় । চাবাৰীচনৰ চেন্নাইস্থিত নীলানকাৰাইৰ বাসগৃহৰ উপৰিও আন কেইবাটা স্থানত থকা বাসগৃহতো বিভাগটোৱে অনুসন্ধান অব্যাহত ৰাখিছে ।
এম কে ষ্টালিনৰ জোৱাইৰ বাসভৱনত আয়কৰ বিভাগৰ অভিযান - থিৰুভান্নামালাই
তামিলনাডু বিধান সভাৰ বিৰোধী নেতা মুথুভেল কৰুণানিধি ষ্টালিন (এম কে ষ্টালিন)ৰ জোৱায়েকৰ বাসভৱনত আয়কৰ বিভাগৰ অভিযান । শুকুৰবাৰে পুৱা চাবাৰীচনৰ চৌহদত আৰম্ভ হোৱা অনুসন্ধান বৰ্তমানেও অব্যাহত

এম কে ষ্টালিনৰ জোৱাইৰ বাসভৱনত আয়কৰ বিভাগৰ অভিযান
শুকুৰবাৰে পুৱা চাবাৰীচনৰ বাসভৱনত আৰম্ভ হোৱা অনুসন্ধান বৰ্তমানেও অব্যাহত আছে । কিছুদিন পূৰ্বে থিৰুভান্নামালাইত ডিএমকে নেতা ই ভি ভেলুৰ বাসভৱনত চলোৱা অনুসন্ধানৰ পাচতে শুকুৰবাৰে মুথুভেল কৰুণানিধি ষ্টালিনৰ বাসভৱনত অনুসন্ধান চলায় ।
লগতে পঢ়ক: জম্মু আৰু কাশ্মীৰৰ পুলৱামাত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ