অসম

assam

ETV Bharat / bharat

Gunfight in Poonch: নিয়ন্ত্ৰণ ৰেখাৰে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাই ব্যৰ্থ অনুপ্ৰৱেশকাৰী - জম্মুস্থিত মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল দেৱেন্দৰ আনন্দ

মঙলবাৰে মাজনিশা পুঞ্চত নিয়ন্ত্ৰণ ৰেখাৰে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাই কেইজনমান অনুপ্ৰৱেশকাৰীয়ে (Infiltration attempt along LoC in Poonch sector) ৷ সেনাই বাধা প্ৰদান কৰাৰ ফলত সেনা আৰু অনুপ্ৰৱেশকাৰীৰ মাজত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলী (Gunfight in Poonch) ৷

infiltration-bid-foiled-along-loc-in-poonch-says-army
পুঞ্চত নিয়ন্ত্ৰণ ৰেখাৰে প্ৰৱেশৰ চেষ্টা চলাই ব্যৰ্থ অনুপ্ৰৱেশকাৰী

By

Published : Jul 13, 2022, 11:13 AM IST

নেশ্যনেল ডেস্ক, 13 জুলাই: পুঞ্চত নিয়ন্ত্ৰণ ৰেখাৰে পুনৰ প্ৰৱেশৰ চেষ্টা অনুপ্ৰৱেশকাৰীৰ ৷ জম্মুস্থিত সেনাৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল দেৱেন্দৰ আনন্দে জনোৱা অনুসৰি, মঙলবাৰে মাজনিশা পুঞ্চত নিয়ন্ত্ৰণ ৰেখাৰে ভাৰতত প্ৰৱেশৰ চেষ্টা চলায় কেইজনমান অনুপ্ৰৱেশকাৰীয়ে (Infiltration attempt along LoC in Poonch sector) ৷ যদিও ভাৰতীয় সৈন্য বাহিনীৰ তৎপৰতাত এই চেষ্টা ব্যৰ্থ হয় অনুপ্ৰৱেশকাৰীকেইজনৰ (Infiltration bid foiled along LoC in Poonch) ৷

কৰ্ণেল দেৱেন্দৰ আনন্দই জনোৱা অনুসৰি, বিগত কেবাদিনো ধৰি পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰে (Line of Control in Poonch district) ভাৰতত প্ৰৱেশৰ চেষ্টা চলাই আছিল এই অনুপ্ৰৱেশকাৰীকেইজনে ৷ মঙলবাৰে এইদৰে নিয়ন্ত্ৰণ ৰেখাৰে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাই থকাৰ সময়তে অনুপ্ৰৱেশকাৰীকেইজনক ভাৰতীয় সেনাই বাধা প্ৰদান কৰে ৷

ফলত দুয়োপক্ষৰ মাজত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলীৰ ( Gunfight in Poonch) ৷ জম্মুস্থিত সেনাৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল দেৱেন্দৰ আনন্দই Jammu based spokesman Lt Col Devendar Anand) জনোৱা অনুসৰি, পুঞ্চত নিয়ন্ত্ৰণ ৰেখাৰে প্ৰৱেশৰ চেষ্টা চলাই থকা অনুপ্ৰৱেশকাৰীৰ সৈতে ভাৰতীয় সেনাৰ প্ৰায়ে গুলীয়াগুলীৰ সৃষ্টি হৈছিল (Exchange of gunfire between Army and Infiltrator) ৷

ফলত সীমান্তৱৰ্তী অঞ্চলত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ ইফালে সেনাই নিৰাপত্তাজনিত কাৰণত সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰাখিছে ৷

লগতে পঢ়ক:Oil spills at Moran: ডিব্ৰুগড়তো ঘটিব নেকি বাঘজান কাণ্ডৰ অনুৰূপ ঘটনা !

For All Latest Updates

ABOUT THE AUTHOR

...view details