- অৰুণাচলৰ টাৱাঙত ভাৰত-চীন সেনাৰ সংঘৰ্ষ (Firing between Indian and China Army)
- ৯ ডিচেম্বৰৰ নিশা ভাৰতী সেনা আৰু চীনা PLA ৰ মাজত সংঘৰ্ষ হোৱা তথ্য পোহৰলৈ আহিছে
- এই সংঘৰ্ষত ভাৰতীয় সেনাৰ 10-12 গৰাকী জোৱান আহত (10-12 Indian army soldier injured)
- সংঘৰ্ষ সন্দৰ্ভত কোনো তথ্য সদৰী কৰা নাই প্ৰতিৰক্ষা মন্ত্ৰণালয়ে
- বহু সংখ্যক চীনা সৈন্যও সংঘৰ্ষত আহত হোৱাৰ সন্দেহ
- আহত ভাৰতীয় সেনাৰ জোৱানসকলক গুৱাহাটীৰ সেনা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে (injured soldiers admitted in Guwahati army hosputal)
- ইফালে, দেওবাৰেও ভাৰতীয় আৰু চীনা সৈন্যৰ মাজত সূত্ৰপাত হৈছিল সংঘৰ্ষৰ
- সোমবাৰে দিনৰ 1 বজাৰ পৰা অব্যাহত আছে দুয়োপক্ষৰ মাজত সংঘৰ্ষ
- ভাৰতী সেনাৰ এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে এই তথ্য
Indo-China army conflict: অৰুণাচলৰ টাৱাঙত ভাৰত-চীন সেনাৰ সংঘৰ্ষ - টাৱাঙ
অৰুণাচলৰ টাৱাঙত ভাৰত-চীন সেনাৰ সংঘৰ্ষ (Firing between Indian and China Army) ৷ ৯ ডিচেম্বৰৰ নিশা ভাৰতী সেনা আৰু চীনা PLA ৰ মাজত সংঘৰ্ষ হোৱা তথ্য পোহৰলৈ ৷ সংঘৰ্ষত ভাৰতীয় সেনাৰ 10-12 গৰাকী জোৱান আহত (10-12 Indian army soldier injured) ৷ সংঘৰ্ষ সন্দৰ্ভত কোনো তথ্য সদৰী কৰা নাই প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ৷ বহু সংখ্যক চীনা সৈন্যও সংঘৰ্ষত আহত হোৱাৰ সন্দেহ ৷
অৰুণাচলৰ টাৱাঙত ভাৰত-চীন সেনাৰ সংঘৰ্ষ