অসম

assam

ETV Bharat / bharat

কৰাচীত জৰুৰীকালীনভাৱে অৱতৰণ ইণ্ডিগ’ বিমান - জৰুৰীকালীন অৱস্থা

এগৰাকী ৰোগীৰ চিকিৎসাৰ জৰুৰীকালীন অৱস্থাৰ বাবে শৰজাৰ পৰা লক্ষ্ণৌলৈ 6E-1412 আহি থকা ইণ্ডিগ’ বিমান এখন কৰাচীত জৰুৰীভাৱে অৱতৰণ কৰা হয় ৷

কৰাচীত জৰুৰীকালীন ভাবে অৱতৰণ ইণ্ডিগ’ বিমান
কৰাচীত জৰুৰীকালীন ভাবে অৱতৰণ ইণ্ডিগ’ বিমান

By

Published : Mar 2, 2021, 1:52 PM IST

Updated : Mar 3, 2021, 2:50 PM IST

নিউজ ডেস্ক,2 মাৰ্চঃএগৰাকী ৰোগীৰ চিকিৎসাৰ জৰুৰীকালীন অৱস্থাৰ বাবে শৰজাৰ পৰা লক্ষ্ণৌলৈ 6E-1412 আহি থকা ইণ্ডিগ’ বিমান এখন কৰাচীত জৰুৰীভাৱে অৱতৰণ কৰা হয় ৷

ইণ্ডিগ’ৰ কৰ্তৃপক্ষই সদৰী কৰা মতে, বিমানখন অৱতৰণ কৰাৰ পিছতো ৰোগীজনৰ মৃত্যু ঘটা বুলি ঘোষণা কৰে বিমানবন্দৰৰ চিকিৎসকৰ দলে ৷

লগতে পঢ়কঃ শােণিতপুৰৰ ভৃগুজ্যোতি শইকীয়াই দখল কৰিলে মিঃ অসম খিতাপ

Last Updated : Mar 3, 2021, 2:50 PM IST

ABOUT THE AUTHOR

...view details