নেশ্যনেল ডেস্ক, ১৪ এপ্ৰিল: বুধবাৰে বিশেষ জাহাজেৰে মাংগালুৰুৰ সমুদ্ৰতীৰত সন্ধানহীন মাছমৰীয়াসকলক উদ্ধাৰ অভিযান চলায় । মাছমৰীয়াসকলক উদ্ধাৰ অভিযানৰ বাবে গোৱাত নৌ সেনাৰ বিমানৰ সৈতে ভাৰতীয় নৌসেনাৰ জাহাজ তিল্লানচাং আৰু কাল্পেনীৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি ভাৰতীয় নৌসেনাই জানিবলৈ দিয়ে ।
মাংগালুৰুৰ সমুদ্ৰতীৰত উদ্ধাৰ অভিযান অব্যাহত - জাহাজ এখন ডুবি যোৱাৰ ফলত তিনিজন মাছমৰীয়া নিহত
সোমবাৰে নিশা মাংগালুৰুৰ সমুদ্ৰতীৰৰ পৰা ৪৩ মাইল দূৰত মাছ ধৰা জাহাজ এখন ডুবি যোৱাৰ ফলত তিনিজন মাছমৰীয়া নিহত হোৱাৰ লগতে নজন মাছমৰীয়া সন্ধানহীন হয় । বুধবাৰে বিশেষ জাহাজেৰে মাংগালুৰুৰ সমুদ্ৰতীৰত সন্ধানহীন মাছমৰীয়াসকলক উদ্ধাৰ অভিযান চলায় ।
মাংগালুৰুৰ সমুদ্ৰতীৰত সন্ধানহীন মাছমৰীয়াসকলৰ উদ্ধাৰ অভিযান অব্যাহত
উল্লেখ্য যে, সোমবাৰে নিশা মাংগালুৰুৰ সমুদ্ৰতীৰৰ পৰা ৪৩ মাইল দূৰত মাছ ধৰা জাহাজ এখন ডুবি যোৱাৰ ফলত তিনিজন মাছমৰীয়া নিহত হোৱাৰ লগতে নজন মাছমৰীয়া সন্ধানহীন হয় । বুধবাৰে বিশেষ জাহাজেৰে মাংগালুৰুৰ সমুদ্ৰতীৰত সন্ধানহীন মাছমৰীয়াসকলক উদ্ধাৰ অভিযান চলায় ।
লগতে পঢ়ক: হায়দৰাবাদৰ ভিন্ন অঞ্চলত প্ৰবল বৃষ্টিপাত