নেশ্যনেল ডেস্ক, ২৮ মাৰ্চ: ভাৰতীয় নৌ বাহিনীৰ যুদ্ধজাহাজ আইএনএছ আৰু এয়াৰক্ৰাফ্ট বিমান পি-৮আইৰ সৈতে দেওবাৰে পূৱ ভাৰত মহাসাগৰীয় অঞ্চলত আমেৰিকা নৌসেনাৰ ইউএছএছ থিওডৰ ৰোজভেলট কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপৰ সৈতে বিমান অনুশীলনত অংশগ্ৰহণ কৰে ।
ভাৰত মহাসাগৰত সামুদ্ৰিক অনুশীলন নৌসেনাৰ - ৰোজভেলট কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপ
ভাৰতীয় নৌ বাহিনীৰ যুদ্ধজাহাজ আইএনএছ আৰু এয়াৰক্ৰাফ্ট বিমান পি-৮আইৰ সৈতে দেওবাৰে পূৱ ভাৰত মহাসাগৰীয় অঞ্চলত আমেৰিকা নৌ সেনাৰ ইউএছএছ থিওডৰ ৰোজভেলট কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপৰ সৈতে বিমান অনুশীলনত অংশগ্ৰহণ কৰে ।

ভাৰত মহাসাগৰত সামুদ্ৰিক অনুশীলন নৌসেনাৰ
এই অনুশীলনত অংশগ্ৰহণ কৰি ভাৰতীয় নৌ বাহিনীয়ে কয় যে প্ৰথমে, যুটীয়া দক্ষতা বৃদ্ধি কৰি ভাৰতীয় বায়ু সেনাৰ যুঁজাৰুসকলক আইএএফক ভাৰতীয় উপকূলৰ ওচৰত আমেৰিকাৰ নৌবাহিনীৰ সৈতে বিমান প্ৰতিৰক্ষা অনুশীলন কৰাৰ সুযোগ প্ৰদান কৰা অনুশীলনত অন্তৰ্ভুক্ত কৰা হয় ।