অসম

assam

ETV Bharat / bharat

ভাৰতত কৰ’ণা আক্ৰান্তৰ শেহতীয়া তথ্য - COVID deaths in India

২০ ডিচেম্বৰলৈকে আইচিএমআৰৰ তথ্য অনুসৰি ১৬,২০,৯৮,৩২৯ টা সংগ্ৰহিত নমুনাৰ পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈছে ৷ দেওবাৰৰ দিনটোত ৯,০০,১৩৪ টা নমুনাৰ পৰীক্ষা সম্পন্ন হয় ৷

ভাৰতত কৰ’ণা আক্ৰান্তৰ শেহতীয়া তথ্য
ভাৰতত কৰ’ণা আক্ৰান্তৰ শেহতীয়া তথ্য

By

Published : Dec 21, 2020, 3:45 PM IST

হায়দৰাবাদ,২১ ডিচেম্বৰ : ভাৰতত বৰ্তমানলৈকে ১,০০,৫৫,৫৬০ গৰাকী লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছে ৷ এদিনতে ২৪,৩৩৭ গৰাকী লোকৰ দেহত নতুনকৈ ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰে ৷ আক্ৰান্তসকলৰ ভিতৰত ৯৬ লাখ লোকে আৰোগ্য লাভ কৰিছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰিছে এই তথ্য ৷

দেশৰ কৰ’ণাত আক্ৰান্ত ৰাজ্যৰ তালিকা

আইচিএমআৰৰ তথ্য অনুসৰি ১৬,২০,৯৮,৩২৯ টা সংগ্ৰহিত নমুনাৰ পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈছে ৷ দেওবাৰৰ দিনটোত ৯,০০,১৩৪ টা নমুনাৰ পৰীক্ষা সম্পন্ন হয় ৷ দেশত মৃতকৰ সংখ্যা বৃদ্ধি হৈছে ১,৪৫,৮১০ গৰাকীলৈ ৷ সম্প্ৰতি মৃত্যুৰ হাৰ ১.৪৫ শতাংশ ৷

লগতে পঢ়ক :কেন্দ্ৰীয় অ'বিচি তালিকাত অন্তৰ্ভুক্তিৰ দাবীৰে বিষ্ণুপ্ৰিয়া মণিপুৰীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details