নিউজ ডেস্ক,১১ ফেব্ৰুৱাৰী: আয়কৰ বিভাগৰ অভিযানত কলকাতাত জব্দ বৃহৎ পৰিমাণৰ ক’লা ধন । আয়কৰ বিভাগে বুধবাৰে চলোৱা অভিযানত কলকাতাত জব্দ হয় প্ৰায় ৩০০ কোটি টকাৰ ক’লা ধন । এই কথা জনায় কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে । কলকাতাৰ প্ৰতিষ্ঠানত বিভাগটোৱে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ ক’লা ধনৰ পাহাৰ ।
আয়কৰ বিভাগৰ অভিযানত জব্দ ৩০০ কোটি ক’লা ধন - কলকাতাত আয়কৰ বিভাগৰ অভিযান
আয়কৰ বিভাগে বুধবাৰে চলোৱা অভিযানত কলকাতাত জব্দ হয় প্ৰায় ৩০০ কোটি টকাৰ ক’লা ধন । কলকাতাৰ প্ৰতিষ্ঠানত বিভাগটোৱে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ ক’লা ধনৰ পাহাৰ ।
কলা ধনৰ বিৰুদ্ধে আয়কৰ বিভাগৰ অভিযান
যোৱা ৫ ফেব্ৰুৱাৰীৰ পৰা কলকাতা, হাইডয়াৰ, ভূৱনেশ্বৰৰ প্ৰায় ১৭ টা স্থানত অভিযান চলাই ৮৭ লাখ নগদ ধনসহ ৬১ লাখ মূল্যৰ গহনা জব্দ কৰিবলৈ সক্ষম হয় ৷ বিভাগীয় তথ্যকোষৰ উপলব্ধ তথ্য, বিত্তীয় বিবৃতিৰ বিশ্লেষণ আৰু ক্ষেত্ৰ অনুসন্ধানৰ ওপৰত ভিত্তি কৰি এই অভিযান চলোৱা হৈছিল বুলি জানিবলৈ দিয়ে বিভাগটোৱে ।
লগতে পঢ়ক: সমৰ্পণ দিৱসত বিজেপি সাংসদক সম্বোধন প্ৰধানমন্ত্ৰীৰ