ব্যস্ততাৰে ভৰা এই জীৱনত আমি নিজৰ যতন ল'বলৈ ক'ৰবাত নহয় ক'ৰবাত পাহৰি গৈছো(Hair Care Tips) ৷ যাৰ বিৰূপ প্ৰভাৱ প্ৰায়েই আমাৰ শৰীৰত পৰে তথা বিভিন্ন সমস্যা দেখা দিবলৈ আৰম্ভ কৰে ৷ তাৰে ভিতৰত অন্যতম এটি সমস্যা হৈছে চুলি সৰা সমস্যা(hair care tips for long hair)৷ সৌন্দৰ্য বৃদ্ধিত চুলিয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যদিও প্ৰদূষণ, পৰিৱৰ্তিত জীৱনশৈলী, ভুল খাদ্যাভ্যাসৰ বাবে, মূৰৰ গুড়িৰ সৈতে জড়িত সমস্যাবোৰ তেনেই সাধাৰণ হৈ পৰিছে(hair fall problem) । চুলি মজবুত কৰিবলৈ বিভিন্ন লোকে দামী-দামী চুলিৰ সামগ্ৰী ব্যৱহাৰ কৰে, কিন্তু ইচ্ছা কৰিলে কম খৰচতো চুলিৰ সমস্যাৰ পৰা মুক্তি পাব পাৰি ।আয়ুৰ্বেদত চুলিক সুস্থ কৰি ৰখাৰ বাবে বহুতো উপায় আছে, যিসমূহ গ্ৰহণ কৰিলে আপুনি চুলিৰ সমস্যাৰ পৰা মুক্তি পাব পাৰে(Hair Care Tips) । জানো আহক...
আমলখি
আমলখিত ভিটামিন চিৰ সমৃদ্ধ উৎস(hair care tips in winter)। ইয়াৰ ব্যৱহাৰৰ দ্বাৰা মূৰৰ ছালৰ লগত সৈতে সমস্যা দূৰ কৰিব পাৰি আৰু আপোনাৰ চুলি মজবুত কৰিব পাৰে(10 hair care tips)। উফিৰ পৰা সকাহ দিয়াতো ই লাভদায়ক(hair care tips in Assamese) । আমলখিয়ে চুলিত অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান যোগান ধৰে ।
কেহৰাজ
চুলি সুস্থ কৰি ৰখাৰ বাবে কেহৰাজ অতি উপকাৰী । ই চুলিৰ বৃদ্ধিত সহায়ক আৰু অকালতে ধূসৰ হোৱাত বাধা দিয়ে । চুলিৰ বাবে কেহৰাজ (Bhringraj) ব্যৱহাৰ কৰিলে চুলি সৰা বন্ধ হয়(10 hair care tips)।
পিঁয়াজৰ ৰস