মেষ ৰাশি : স্বাস্থ্যৰ যতন ল’ব ৷ জিৰণিৰ প্ৰয়োজন ৷ আনক সহায় কৰিবলৈ নাযাব ৷ বিপদ হোৱাৰ সম্ভাৱনা ৷ ধন ধাৰ দিয়া আৰু লোৱাৰ ক্ষেত্ৰত সাৱধান হওক ৷ লাভৰ চমু পথ ত্যাগ কৰক ৷
বৃষ ৰাশি :দিনটো শুভ ৷ ভাগ্য ভাল ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ লওক ৷ আনৰ পৰা প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷
মিথুন ৰাশি :দিনটো শুভ ৷ গ্ৰহ ভাল ৷ নতুন ঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰিব পাৰে ৷ আৱেগক নিয়ন্ত্ৰণ কৰক ৷
কৰ্কট ৰাশি : দিনটো শুভ ৷ ব্যস্ততা বাঢ়িব ৷ ব্যস্ততাৰ মাজতো প্ৰেমত বাঢ়িব ৷ চিন্তাত শুভ ৷
সিংহ ৰাশি : খৰচ বৃদ্ধি ৷ ভাগ্য ভাল ৷ ব্যৱসায়ত লাভ ৷
কন্যা ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ কলাৰ প্ৰতি প্ৰেম হ’ব ৷ প্ৰতিভাৰ সদ ব্যৱহাৰ কৰক ৷