অসম

assam

আজিৰ দিনটোৰ ৰাশিফল

By

Published : Jul 25, 2021, 12:03 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

horoscope
দিনটোৰ ৰাশিফল

মেষ ৰাশি : নতুন দায়িত্ব বহন কৰিব | নতুন অধ্যয়নৰ কর্মত ব্যস্ত হৈ পৰিব | দিনটো ভাগৰুৱা অনুভৱ হ’ব পাৰে ৷

বৃষ ৰাশি : দিনটো শুভ ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব ৷ সৎ কৰ্মৰ ফল লাভ ৷ শিল্পী প্ৰতিভাক ব্যৱহাৰ কৰক ৷ শিক্ষাৰ্থী সকলৰ বাবে শুভ দিন ৷

মিথুন ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ আবেলি সৰু যাত্ৰা হ’ব পাৰে ৷ নতুন বন্ধু লাভ ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰক ৷

ককৰ্ট ৰাশি :দিনটো প্ৰায়ে শুভ ৷ কৰ্ম ব্যস্ততা বাঢ়িব ৷ পৰচৰ্চা নকৰিব ৷

সিংহ ৰাশি :কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ আনৰ মুখৰ পৰা প্ৰসংশা লাভ কৰিব ৷ কৰ্ম ব্যস্ততা বাঢ়িব ৷ ব্যস্তকাৰ্যসূচীৰ মাজতো আপোনজনক সময় দিব ৷ খৰচ বৃদ্ধিৰ সম্ভাৱনা ৷

কন্যা ৰাশি : দিনটো শুভ নহয় ৷ খৰচ বৃদ্ধিৰ সম্ভাৱনা ৷ বিবাহৰ যোগ ৷ ভ্ৰমণৰ যুগ ৷ স্বাস্থ্যৰ যতন লওক ৷

তুলা ৰাশি :দিনটো শুভ ৷ বন্ধুবৰ্গৰ সৈতে পাৰ্টি হ’ব পাৰে ৷ নতুন ব্যক্তিৰ সৈতে সাক্ষাৎ হ’ব ৷ প্ৰেমত শুভ ৷

বৃশ্চিক ৰাশি : শিক্ষার্থী সকলৰ বাবে শুভ দিন ৷ বিদেশলৈ শিক্ষা অধ্যয়নৰ বাবে যাব পাৰে ৷ ভাগ্য ভাল ৷ গ্ৰহ ভাল ৷

ধনু ৰাশি :দুৰ্বলতাবোৰ আওকাণ কৰক ৷ বাদ-বিবাদ নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰক ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্মত শান্ত হৈ থাকক ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷

মকৰ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্য্যশীল হয় তেওঁ লাভৱান হ’ব ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক৷

কুম্ভ ৰাশি : দিনটো শুভ ৷ ব্যৱসায়ত শুভ ৷ কঠোৰ পৰিশ্ৰমৰ আনন্দিত ফল লাভ ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ প্ৰেমত শুভ ৷

মীন ৰাশি : মানসিক অশান্তিত ভুগিব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব । শুভবাৰ্তা লাভ । কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ,লক্ষ্য সফল হʼব ৷

ABOUT THE AUTHOR

...view details