মেষ ৰাশি : আত্মীয়ৰ অনুষ্ঠান-পৰ্বত উপস্থিত থাকি একেবাৰে মন বহুৱাব নোৱাৰিব ৷ মানসিক চাপ আৰু অসুস্থতাত ভোগাৰ সম্ভাৱনা ৷ কৰ্মক্ষেত্ৰ আৰু ঘৰুৱা পৰিৱেশ সন্দৰ্ভত উদ্বেগ প্ৰকাশ ৷ ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা ৷ খং পৰিহাৰ কৰক, অন্যথা কৰ্মক্ষেত্ৰত ব্যাঘাত জন্মাৰ সম্ভাৱনা ৷
বৃষ ৰাশি : চিন্তাধাৰা উন্নত হ’ব ৷ আনৰ পৰা প্ৰশংসা লাভ কৰিব ৷ প্ৰেমত শুভ ৷
মিথুন ৰাশি : দিনটোত বিপদৰ আশংকা আছে ৷ কৰ্মত অধিক মনোযোগ দিব ৷ কঠোৰ পৰিশ্ৰম কৰক ৷ এলেহুৱা-নিৰুৎসাহী ভাৱ পৰিহাৰ কৰক ৷ কাম নকৰি আৰাম কৰিব পাৰে ৷
কৰ্কট ৰাশি : গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে ৷ দিনটোত সফলতা লাভ কৰিব ৷ নিজৰ কর্মত মুক্ত অনুভৱ কৰিব ৷ দিনটো আনন্দময় হʼব ৷ পৰিয়ালৰ সৈতে সম্পর্ক ভাল হ’ব ৷ আনৰ পৰা প্ৰশংসা লাভ কৰিব ৷
সিংহ ৰাশি : সক্ৰিয় অনুভৱ কৰিব ৷ মনোৰঞ্জনমূলক কামত ভাগ ল’ব । দূৰণিৰ যাত্ৰাৰ সম্ভাৱনা ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ ৷
কন্যা ৰাশি : কৰ্ম-ব্যৱসায়ত সতৰ্ক হওক ৷ পৰচৰ্চাৰ পৰাৰ আঁতৰি থাকক ৷ লক্ষ্যত উপনীত নহ’বও পাৰে ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত বাধাৰ সম্ভাৱনা ৷
তুলা ৰাশি : সন্তানৰ স্বাস্থ্য ভালে ৰখাত গুৰুত্ব দিয়ক ৷ বন্ধুবৰ্গৰ সৈতে সময় অতিবাহিত কৰিব পাৰে ৷
বৃশ্চিক ৰাশি : ব্যয় নিয়ন্ত্ৰণ কৰক । পৰিয়ালৰ মাজত বিবাদ সৃষ্টি হ’ব পৰা পৰিস্থিতিৰ পৰা আঁতৰি থাকক । শাৰীৰিক সমস্যাত ভোগাৰ সম্ভাৱনা ৷ নেতিবাচক চিন্তা এৰাই চলক ৷ অনৈতিক কাৰ্য-কলাপৰ পৰা দূৰত থাকক ৷
ধনু ৰাশি : সঠিক মনোবৃত্তিৰ যোগেদি সফলতা লাভ কৰিব ৷ সহজে নিৰুৎসাহী নহ’ব ৷ উপাৰ্জিত ধনক লৈ গৌৰৱান্বিত হ’ব ৷
মকৰ ৰাশি : ব্যৱসায়ত লক্ষ্য সফল হ’ব ৷ ব্যস্ততাৰ বাবে বন্ধুবৰ্গৰ সম্পৰ্ক আৰু ব্যক্তিগত জীৱনত প্ৰভাৱ পৰিব ৷ কাম নকৰি আৰাম কৰিব পাৰে ৷
কুম্ভ ৰাশি : নতুন কাম হাতত লোৱাৰ বাবে দিনটো শুভ । চাকৰি আৰু ব্যৱসায়ত লাভৱান হ’ব পাৰে । বন্ধুবৰ্গই নতুন কামৰ দায়িত্ব দিব পাৰে । সামাজিকভাৱে খ্যাতি লাভৰ সম্ভাৱনা । সন্তানৰ সৈতে সম্পৰ্ক ভাল হ’ব । পত্নী আৰু পুত্ৰৰ পৰা সু-সংবাদ পোৱাৰ সম্ভাৱনা । বিবাহ প্ৰত্যাশী প্ৰাৰ্থীসকলৰ বাবে দিনটো শুভ । সুখদায়ক ভ্ৰমণৰ সম্ভাৱনা ।
মীন ৰাশি : দিনটো আনন্দময় হ’ব ৷ কামত মনোযোগ দিয়ক ৷ লক্ষ্য প্ৰাপ্তিৰ সম্ভাৱনা ৷ আনৰ পৰা প্ৰশংসা লাভ কৰিব ৷ ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লওক ৷