অসম

assam

ETV Bharat / bharat

দিল্লী সীমান্তত হাৰিয়ানাৰ কৃষকৰ আত্মহত্যা - Tikri-Bahadurgarh border

আৰক্ষীয়ে জনোৱা মতে দেওবাৰে টিক্ৰি-বাহাদুৰগড় সীমান্তত হাৰিয়ানাৰ এজন ৫৫ বছৰীয়া কৃষকে আত্মহত্যা কৰে ।

দিল্লী সীমান্তত হাৰিয়ানাৰ কৃষকৰ আত্মহত্যা
দিল্লী সীমান্তত হাৰিয়ানাৰ কৃষকৰ আত্মহত্যা

By

Published : Mar 7, 2021, 12:07 PM IST

নিউজ ডেস্ক,৭ মাৰ্চ:পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ শ শ কৃষকে দিল্লীৰ সীমান্তত ১০০ দিনতকৈও অধিক সময় ধৰি তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ তাৰ মাজতে টিক্ৰি-বাহাদুৰগড় সীমান্তত আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে । আৰক্ষীয়ে জনোৱা মতে দেওবাৰে সেই স্থানত ৫৫ বছৰীয়া হাৰিয়ানাৰ এজন কৃষকে আত্মহত্যা কৰে ।

এজোপা গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয় ৰাজবীৰ নামৰ হাৰিয়ানাৰ হিছাৰ জিলাৰ কৃষকজনৰ মৃতদেহ । তিনিখন কৃষি আইনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সীমান্তত অব্যাহত থকা কৃষকৰ প্ৰতিবাদত তেওঁ অংশ লৈছিল । এই ঘটনাৰ পিছতে এতিয়া তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে কৃষকৰ প্ৰতিবাদস্থলীত ।

লগতে পঢ়ক:গুজৰাটত জৰুৰী অৱতৰণ ভাৰতীয় সেনাৰ হেলিকপ্তাৰ

ABOUT THE AUTHOR

...view details