নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ :পঞ্জাবত আপ চৰকাৰক উৎখাত কৰাৰ চেষ্টা কৰা হৈছে (topple AAP government in Punjab by BJP) । এই দাবী আপ নেতা তথা পঞ্জাবৰ বিত্ত মন্ত্ৰী হৰপাল চীমাৰ (Punjab FM Harpal Cheema allegation against BJP) । এই সন্দৰ্ভত হৰপাল চীমাই বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । তেওঁ কয় যে পঞ্জাবত বিজেপিৰ অপাৰেচন লোটাছ চলি আছে (Operation Lotus BJP in Punjub) ।
পঞ্জাবত আপ চৰকাৰ ভংগৰ বাবে বিজেপিৰ অপাৰেচন লোটাছ ! - Harpal Cheema Serious Allegation on BJP
আপ চৰকাৰ ভংগ কৰিবৰ বাবে বিজেপিৰ দ্বাৰা ১০ জন বিধায়কৰ সৈতে যোগাযোগ কৰা হৈছে । চৰকাৰখন ভংগ কৰিবলৈ ১৩৭৫ কোটি টকা আগবঢ়োৱা হৈছে (1375 crores offered to AAP MLAs by BJP) ।
AAP
উল্লেখ্য, পঞ্জাব ৰাজ্যিক আপে অনুষ্ঠিত এক সংবাদমেলত হৰপাল চীমাই কয় যে আপ চৰকাৰ ভংগ কৰিবৰ বাবে বিজেপিৰ দ্বাৰা ১০ জন বিধায়কৰ সৈতে যোগাযোগ কৰা হৈছে (Harpal Cheema Serious Allegation on BJP) । চৰকাৰখন ভংগ কৰিবলৈ ১৩৭৫ কোটি টকা আগবঢ়োৱা হৈছে (1375 crores offered to AAP MLAs by BJP) । তেওঁ লগতে কয় যে ৭ ৰ পৰা ১০ জন বিধায়কৰ সৈতে এই ক্ষেত্ৰত যোগাযোগ কৰা হৈছে ।
লগতে পঢ়ক :অৰুণাচলৰ চীন সীমান্তত তৰংগ যুদ্ধ !