অসম

assam

Happy Hug Day 2023: আলিংগন কৰোঁতে নহ'ব অপ্ৰস্তুত, মনত ৰাখক এইকেইটা কথা

By

Published : Feb 12, 2023, 5:02 AM IST

"লাগ জা গলে কি ফিৰ য়েহ হচীন ৰাত হ্যো না হ্যো", এইবাৰ হাগ ডে'ত আপুনিও আপোনাৰ সংগীক হিয়াভৰা আলিংগন কৰাৰ কথা ভাবিছে নেকি ? যদি আপুনি প্ৰথমবাৰৰ বাবে আপোনাৰ সংগীক সাৱটি ধৰিবলৈ গৈ আছে তেন্তে এইসমূহ কথা মনত ৰখাটো খুবেই প্ৰয়োজনীয় ৷

Happy Hug Day 2023 If you are hugging your partner for the first time keep these things in mind there will be no hesitation in hugging
আলিংগন কৰোঁতে নহ'ব অপ্ৰস্তুত, মনত ৰাখক এইকেইটা কথা

"লাগ জা গলে কি ফিৰ য়েহ হচীন ৰাত হ্যো না হ্যো", জাডু কী ঝপ্পী সঁচাকৈ যাদুকৰী(Happy Hug Day 2023) । আলিংগনে সম্পৰ্কত অধিক প্ৰেম বৃদ্ধি কৰে, মানসিক চাপ দূৰ কৰে আৰু একো নোকোৱাকৈয়ে নিজৰ অনুভৱ প্ৰকাশ কৰে । কিন্তু যদি আপুনি নতুন সম্পৰ্কত আছে তেন্তে আপোনাৰ সংগীক সাৱটি ধৰিবলৈ দ্বিধাবোধ বা ভয় কৰাটো নিশ্চিত(valentines day 2023 date)৷

ভেলেণ্টাইন উইকৰ ষষ্ঠ দিন অৰ্থাৎ ১২ ফেব্ৰুৱাৰীত হাগ ডে’ উদযাপন কৰা হয়(When and why is Hug Day celebrated)। প্ৰেমিক-প্ৰেমিকাই ইজনে সিজনক সাৱটি ধৰি প্ৰেম প্ৰকাশ কৰে(Know the history of Hug Day)। কিন্তু যদি প্ৰেমিক বা প্ৰেমিকাক সাৱটি ধৰিবলৈ সংকোচ হয়, তেন্তে সংকোচ কম কৰাৰ বাবে আপুনি এই পদ্ধতি গ্ৰহণ কৰক(valentines day list 2023)। এই ভেলেণ্টাইন উইকত আপুনি আপোনাৰ সংগীক সাৱটি ধৰি নিজৰ অনুভৱ প্ৰকাশ কৰিব পাৰে(valentines day 2023 calendar)। পৰৱৰ্তী স্লাইডবোৰত জানি লওক যে যদি আপুনি আপোনাৰ সংগীক সাৱটি ধৰিবলৈ দ্বিধাবোধ কৰে তেন্তে কি কৰিব পাৰি । কেনেকৈ আপোনাৰ সংগীক সাৱটি ধৰিব যাতে তেওঁ অস্বস্তি অনুভৱ নকৰে আৰু আপুনিও নিজৰ অনুভৱ প্ৰকাশ কৰিব পাৰে(Happy Hug Day 2023)।

গুড বাই হাগৰ পৰা আৰম্ভ কৰক

বন্ধু-বান্ধৱীক লগ কৰিবলৈ বা বিদায় ল’বলৈ যেনেকৈ সাৱটি ধৰে, তেনেকৈয়ে আপোনাৰ সংগীকো একেধৰণৰ বিদায় আলিংগন কৰক(why we celebrate Hug Day) । ইয়াৰ ফলত প্ৰেমিক-প্ৰেমিকাৰ মাজত সংকোচ কমোৱাত সহায় হয়(Happy Hug Day quotes)। প্ৰথমে এটা সাধাৰণ বিদায় আলিংগনেৰে আপোনাৰ সংগীৰ সৈতে কমফ'ৰটেবল হ’বলৈ চেষ্টা কৰক(valentines day 2023)।

আলিংগন কৰাৰ পদ্ধতি

  • সংগীয়ে আলিংগনটোৰ বিষয়ে কি ভাবিব সেইটোত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে সংগীয়ে কেনেধৰণৰ আলিংগনত কমফ'ৰৰ্ট অনুভৱ কৰিব সেই বিষয়ে চিন্তা কৰক । ইয়াৰ বাবে হাগ কৰি থাকোঁতে কিছুমান কথা মনত ৰাখিব ।
  • যদি আপুনি প্ৰথমবাৰৰ বাবে প্ৰেমিকাক সাৱটি ধৰিছে তেন্তে বেছি টান বা লাহে লাহে সাৱটি ধৰিব নালাগে । অনুভৱবোৰ নিয়ন্ত্ৰণ কৰি এনেদৰে সাৱটি লওক যাতে তেওঁ আপোনাৰ মনৰ ভাৱবোৰ অনুভৱ কৰিব পাৰে ।
  • সাৱটি ধৰাৰ সময়ত খৰখেদা কৰিব নালাগে । প্ৰথমে সংগীৰ সৈতে চকুৰ সংস্পৰ্শ কৰি মিঠা হাঁহি এটাৰে সাৱটি ধৰিব ।
  • সাৱটি ধৰাৰ সময়ত মনত ৰাখিব যে সংগীক বেছি সময় সাৱটি নাথাকিব । তাৰ পৰা হঠাৎ বিচ্ছিন্ন নহ'ব । সংগীক কমফ'ৰৰ্টেবল অনুভৱ কৰাবলৈ সাৱটি ধৰাৰ পৰিৱৰ্তে তেওঁৰ লগত ৰোমান্টিক কিবা এটা কথা কওক ।
  • আলিংগন কৰাৰ সময়ত চকুৰ সংস্পৰ্শ কৰক, ইয়াৰ ফলত প্ৰেমিক-প্ৰেমিকাৰ মাজত প্ৰেম বৃদ্ধি হয় আৰু জাডু কী ঝপ্পীৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় ।

লগতে পঢ়ক:Wheel Yoga: 49 বছৰ বয়সতো নিজকে কি যোগাসনেৰে কমনীয় কৰি ৰাখিছে মালাইকাই ?

ABOUT THE AUTHOR

...view details