অসম

assam

ছিকিমৰ ৰাজ্যপাল গংগা প্ৰসাদৰ ষ্টেচ্যু অৱ ইউনিটি দৰ্শন

By

Published : Mar 14, 2021, 6:54 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো প্ৰতিমূৰ্তিটো নিৰ্মাণত অগ্ৰণী ভূমিকা গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনোৱাৰ লগতে কৃতজ্ঞতা প্ৰকাশ কৰে ছিকিমৰ ৰাজ্যপাল গংগা প্ৰসাদে ৷ তেওঁ লগতে কয় যে, ষ্টেচ্যু অৱ ইউনিটিক একতাৰ প্ৰতীক বুলি উল্লেখ কৰি যি সকলে এই প্ৰতিমূৰ্তি নিৰ্মাণত জড়িত আছিল সকলোকে ধন্যবাদ জনায় ।

Governor of Sikkim Shri Ganga Prasad visit statue of Unity and pays his tribute to Sardar Patel
ছিকিমৰ ৰাজ্যপাল গংগা প্ৰসাদৰ ষ্টেচ্যু অৱ ইউনিটি দৰ্শন

নেশ্যনেল ডেস্ক,14 মাৰ্চ:ছিকিমৰ ৰাজ্যপাল গংগা প্ৰসাদে দেওবাৰে গুজৰাটৰ চৰ্দাৰ বল্লভ ভাইৰ প্ৰতিমূৰ্তি পৰিদৰ্শন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ষ্টেচ্যু অৱ ইউনিটি হৈছে সৰ্ববৃহৎ এক প্ৰতিমূৰ্তি ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৮ চনৰ ৩১ অক্টোবৰত চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৩ সংখ্যক জন্মদিনৰ দিনা প্ৰতিমূৰ্তিটো উন্মোচন কৰে । ৰাজ্যপাল গৰাকীয়ে চৰ্দাৰ পেটেলৰ জীৱন আৰু কবিতা সংগ্ৰহৃত সংগ্ৰহালয়টোও পৰিদৰ্শন কৰে । তেওঁ চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি দৰ্শন কৰি আনন্দ ব্যক্ত কৰে ৷

ছিকিমৰ ৰাজ্যপাল গংগা প্ৰসাদৰ ষ্টেচ্যু অৱ ইউনিটি দৰ্শন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো প্ৰতিমূৰ্তিটো নিৰ্মাণত অগ্ৰণী ভূমিকা গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনোৱাৰ লগতে কৃতজ্ঞতা প্ৰকাশ কৰে ৷ তেওঁ লগতে কয় যে, ষ্টেচ্যু অৱ ইউনিটিক একতাৰ প্ৰতীক বুলি উল্লেখ কৰি যি সকলে এই প্ৰতিমূৰ্তি নিৰ্মাণত জড়িত আছিল ধন্যবাদ জনায় । ছিকিমৰ ৰাজ্যপালগৰাকীক ষ্টেচ্যু অৱ ইউনিটিৰ উচ্চ বিষয়াসকলে আদৰণি জনাই আৰু চৰ্দাৰ পেটেলৰ জীৱনভিত্তিক এখন গ্ৰন্থ আৰু এটা প্ৰতিমূৰ্তি স্মৃতিচিহ্ন হিচাপে প্ৰদান কৰে ।

ছিকিমৰ ৰাজ্যপাল গংগা প্ৰসাদৰ ষ্টেচ্যু অৱ ইউনিটি দৰ্শন

লগতে পঢ়ক :বিজেপিৰ পৰা পদত্যাগ ৰাজ্যিক মুখপাত্ৰ ফণী পাঠকৰ

ABOUT THE AUTHOR

...view details