নেশ্যনেল ডেস্ক, ৯ এপ্ৰিল: জন্মৰ প্ৰমাণ-পত্ৰ বিচাৰি হাহাকাৰ এগৰাকী মহিলাৰ । ইখনৰ পাচত সিখন চিকিৎসালয়লৈ ঘূৰি ফুৰি হাহাকাৰ মহিলাগৰাকীৰ । ঘটনা অনুসৰি, যোৱা ১৭ মাৰ্চত ইণ্ডিগ'ৰ বাংগালুৰু-জয়পুৰ বিমানত এগৰাকী মহিলাই সন্তান প্ৰসৱ কৰে । বাংগালুৰুৰ পৰা জয়পুৰ অভিমুখী ৬ই-৪৬৯ বিমানখনত এগৰাকী মহিলাই সন্তান প্ৰসৱ কৰে । একেখন বিমানত থকা ড০ সুভানা নাজিৰ আৰু ইণ্ডিগ' বিমানৰ কৰ্মচাৰীসকলৰ সহায়ত মহিলাগৰাকীক সন্তান প্ৰসৱত সহায় কৰিছিল ।
জন্মৰ প্ৰমাণ-পত্ৰ বিচাৰি হাহাকাৰ এগৰাকী মহিলাৰ
যোৱা ১৭ মাৰ্চত ইণ্ডিগ'ৰ বাংগালুৰু-জয়পুৰ বিমানত এগৰাকী মহিলাই সন্তান প্ৰসৱ কৰে । বাংগালুৰুৰ পৰা জয়পুৰ অভিমুখী ৬ই-৪৬৯ বিমানখনত এগৰাকী মহিলাই সন্তান প্ৰসৱ কৰে ।
জন্মৰ প্ৰমাণ-পত্ৰ বিচাৰি হাহাকাৰ এগৰাকী মহিলাৰ
এই সন্দৰ্ভত ইণ্ডিগ' বিমানৰ কৰ্মচাৰীসকলে জয়পুৰ বিমানবন্দৰত চিকিৎসক আৰু এম্বুলেন্স সাজু কৰিবলৈ জনাইছিল । বিমানখনে ১৭ মাৰ্চৰ পুৱা ৫.৪৫ বজাত বাংগালুৰুৰ পৰা জয়পুৰলৈ উৰা মাৰিছিল আৰু পুৱা প্ৰায় ৮ বজাত জয়পুৰ বিমানবন্দৰত উপস্থিত হৈছিল ।
লগতে পঢ়ক: ক’ভিড-১৯ঃ ত্ৰিপুৰাত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ পাঠদান স্থগিত