অসম

assam

ETV Bharat / bharat

পশ্চিম বংগত মৰাপাট কলট বিধ্বংসী অগ্নিকাণ্ড - পশ্চিম বংগৰ দুটাকৈ মৰাপাট কল

বৃহস্পতিবাৰে পশ্চিম বংগৰ দুটাকৈ মৰাপাট কলৰ গুদামত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ পশ্চিম বংগৰ উত্তৰ 24 পৰগনা জিলাৰ টিটাগড় অঞ্চলত ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ৷

পশ্চিম বংগত মৰাপাট কলট বিধ্বংসী অগ্নিকাণ্ড
পশ্চিম বংগত মৰাপাট কলট বিধ্বংসী অগ্নিকাণ্ড

By

Published : Feb 5, 2021, 8:23 AM IST

নিউজ ডেস্ক,5 ফেব্ৰুৱাৰীঃবৃহস্পতিবাৰে পশ্চিম বংগৰ দুটাকৈ মৰাপাট কলৰ গুদামত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ পশ্চিম বংগৰ উত্তৰ ২৪ পৰগনা জিলাৰ টিটাগড় অঞ্চলত ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ৷

ইপিনে টিটাগড় পৌৰনিগমৰ প্ৰশাসনৰ হৈ প্ৰশান্ত চৌধুৰীয়ে জানিবলৈ দিয়ে যে, কি দৰে অগ্নিকাণ্ডৰ ঘটানা সংঘটিত হ’ল এতিয়াও জানিব পৰা নাই ৷ আনহাতে কেইবা ঘটনা যোৰা প্ৰচেষ্টাৰ অন্তত তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

অৱশ্যে বাতৰি যুগুত কৰাৰ সময়লৈকে অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱাৰ তথ্য লাভ কৰা নাই ৷ সম্প্ৰতি আৰক্ষীয়ে কিহৰ বাবে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ’ল তাৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুৰ্নীতি সন্দৰ্ভত তদন্ত অব্যাহত

ABOUT THE AUTHOR

...view details