ETV Bharat / bharat
জম্মু কাশ্মীৰৰ অনন্তনাগত প্ৰচণ্ড গুলীয়াগুলি: নিহত এটা সন্ত্ৰাসবাদী - Encounter breaks out in J and K
জম্ম-কাশ্মীৰৰ অনন্তনাগত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ প্ৰচণ্ড গুলীয়াগুলি (Encounter in Jammu and Kashmir ) ৷ অনন্তনাগ জিলাৰ টাংপাৱা অঞ্চলত আৰম্ভ হৈছে এই সংঘৰ্ষৰ ৷
জম্মু-কাশ্মীৰৰ অনন্তনাগত প্ৰচণ্ড গুলীয়াগুলি
By
Published : Oct 10, 2022, 6:48 AM IST
| Updated : Oct 10, 2022, 7:19 AM IST
- জম্মু-কাশ্মীৰৰ অনন্তনাগত নিৰাপত্তাৰক্ষী সন্ত্ৰাসবাদীৰ প্ৰচণ্ড গুলীয়াগুলি (Encounter breaks out in J and K)
- অনন্তনাগ জিলাৰ টাংপাৱা অঞ্চলত আৰম্ভ হৈছে এই সংঘৰ্ষৰ
- সংঘৰ্ষৰ ফলত নিহত এটা সন্ত্ৰাসবাদী
- বৰ্তমানেও অব্যাহত আছে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ অভিযান
- কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য
Last Updated : Oct 10, 2022, 7:19 AM IST